🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 15 | পোহৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

পোহৰ

১। গোলাকাৰ দাপোন কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) পাঁচ প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

২। পোহৰৰ প্ৰাকৃতিক উৎস কি ?

(ক) অনুবীক্ষণ যন্ত্ৰ

(খ) ৰামধেণু

(গ) সূৰ্য

উত্তৰঃ (গ) সূৰ্য

৩। এটা দীপ্তিহীন বস্তু হ’ল-

(ক) ফেন

(খ) কম্পিউটাৰ

(গ) চন্দ্ৰ

উত্তৰঃ (গ) চন্দ্ৰ

৪। লেন্স কেই প্ৰকাৰৰ ?

(ক) তিনি প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) এক প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ

৫। প্ৰতিবিম্ব কেইবিধ ?

(ক) এবিধ

(খ) দুবিধ

(গ) তিনিবিধ

উত্তৰঃ (খ) দুবিধ

৬। প্ৰতিফলনৰ বিধি কেইটা ?

(ক) দুটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰঃ (ক) দুটা

৭। আকাশত ৰামধেনু ৰঙ কেইটা ?

(ক) ছয়টা

(খ) সাতটা

(গ) আঠটা

উত্তৰঃ (খ) সাতটা

৮। ওচৰৰে ক্ষুদ্ৰকায় বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক কি বোলে?

(ক) দূৰবীক্ষণ যন্ত্ৰ

(খ) অনুবীক্ষণ যন্ত্ৰ

(গ) লেন্স

উত্তৰঃ (খ) অনুবীক্ষণ যন্ত্ৰ

৯।  পোহৰ কি ৰেখাত গতি কৰে?

(ক) সৰলৰেখা

(খ) বক্ৰৰেখা

(গ) দ্ৰাঘিমাৰেখা

উত্তৰঃ (ক) সৰলৰেখা

১০। পোহৰৰ প্ৰতিফলন কেইবিধ ?

(ক) এবিধ

(খ) দুবিধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এবিধ

১১। যি শক্তিয়ে আমাৰ চকুত উত্তেজনাৰ সৃষ্টি কৰি বস্তু এটা দেখাত সহায় কৰে তাক কি বোলে?

(ক) শক্তি

(খ) পোহৰ

(গ) বিজুলী শক্তি

উত্তৰঃ (খ) পোহৰ

১২। আমাৰ চৌপাশে থকা বেছিভাগ বস্তুৰে নিজা_______নাই?

(ক) ৰশ্মি

(খ) পোহৰ

(গ) বিজুলী

উত্তৰঃ (খ) পোহৰ

১৩। দীপ্তিহীন বস্তুৰ পৰা উভতি অহা পোহৰ আমাৰ______ পৰিলে আমি বস্তুটো দেখা পাওঁ?

(ক) শৰীৰত

(খ) কানত

(গ) চকুত

উত্তৰঃ (গ) চকুত

১৪। দেখা গ’ল যে দীপ্তিহীন বস্তুৰ পৰা আমাৰ চকুৱে________ পোহৰ পায়?

(ক) পৰোক্ষভাৱে

(খ) শক্তিশালী

(গ) সূৰ্য

উত্তৰঃ (ক) পৰোক্ষভাৱে

১৫। পৃথিৱীৰ সৰহসংখ্য়ক বস্তুৱেই কি?

(ক) দৃষ্টিহীন

(খ) দিপ্তিহীন

(গ) মানুহ

উত্তৰঃ (খ) দিপ্তিহীন

১৬। সূৰ্য এটা কি বস্তু?

(ক) দীপ্তিমান

(খ) দীপ্তিহীন

(গ)দৃষ্টিহীন

উত্তৰঃ (ক) দীপ্তিমান

১৭। প্ৰতিফলিত পোহৰ ৰশ্মি আমাৰ চকুত সোমাই চকুৰ পৰ্দাত_________সৃষ্টি কৰে?

(ক) প্ৰতিবিম্বৰ

(খ) শক্তি

(গ) পোহৰ

উত্তৰঃ (ক) প্ৰতিবিম্বৰ

১৮। পোহৰ এবিধ কি?

(ক) শক্তি

(খ) ধাতু

(গ) অধাতু

উত্তৰঃ (ক) শক্তি

১৯। কিহৰ সহায়ত আমি চকুৰে দেখা পাওঁ?

(ক) বিজুলীৰ

(খ) পোহৰৰ

(গ) পদাৰ্থৰ

উত্তৰঃ (খ) পোহৰৰ

২০। পোহৰে কি ৰেখাত গতি কৰে?

(ক) সমান্তৰাল

(খ) ৰশ্মিৰেখা

(গ) সৰল

উত্তৰঃ (গ) সৰল

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop