🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 2 | প্ৰাণীৰ পৰিপুষ্টি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 2

প্ৰাণীৰ পৰিপুষ্টি

১. মানুহৰ দাঁতৰ সংখ্যা কিমান টা ?

(ক) ৩৩ টা

(খ) ৩২ টা

(গ) ৩৪ টা

উত্তৰঃ (খ) ৩২ টা

২. এপাৰিত সৰ্বমুঠ কিমান টা দাঁত থাকে ?

(ক) ১৪ টা

(খ) ১২ টা

(গ) ১৬ টা

উত্তৰঃ (গ) ১৬ টা

৩. মানুহৰ খাদ্যৰ মূল উপাদান কেইটা ?

(ক) ৬ টা

(খ) ৭ টী

(গ) ৫ টা

উত্তৰঃ (ক) ৬ টা

৪. গ্ৰসনী অংশ এডাল কিমান ছেঃমিঃমান দীঘল নলীত মুক্ত হয় ?

(ক) ২৪ ছেঃমিঃ

(খ) ২২ ছেঃমিঃ

(গ) ২৫ ছেঃমিঃ

উত্তৰঃ (গ) ২৫ ছেঃমিঃ

৫. ক্ষুদ্ৰান্ত্ৰৰ পিছৰ ১.৫ মিটাৰ দৈৰ্ঘ্যৰ ক্ষুদ্ৰান্ত্ৰতকৈ বহল নলীডালক কি বোলে ?

(ক) গ্ৰাসনলী

(খ) বৃহদান্ত্ৰ

(গ) গ্ৰসিকা

উত্তৰঃ (খ) বৃহদান্ত্ৰ

৬।  মুখৰ পৰা আধা হজম হোৱা খাদ্য কিহৰ মাজেদি পাকস্থলীলৈ যায় ?            

(ক) গ্ৰাসনলী

(খ) ক্ষুদ্ৰান্ত্ৰ

(গ) গ্ৰসিকাৰ

উত্তৰঃ (গ) গ্ৰসিকাৰ

৭। গ্ৰসিকাত খাদ্য পাচন ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

৮। শোষিত  খাদ্যবোৰ তেজে শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত  ?  

(ক) কৰে

(খ) নকৰে

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) কৰে

৯। মানুহৰ পাচনতন্ত্ৰ কিহৰে গঠিত ?

(ক) গ্ৰসিকা আৰু গ্ৰাসনলী

(খ) পৌষ্টিক নলী আৰু পাচন

(গ) পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি

উত্তৰঃ (গ) পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি

১০। শোষণ হোৱা পদাৰ্থবোৰক কি নলীয়েদি দেহৰ বিভিন্ন অংশলৈ লৈ যোৱা হয় ?

(ক) গ্ৰাসনলী

(খ) ৰক্তবাহী

(গ) গ্ৰসিকা

উত্তৰঃ (খ) ৰক্তবাহী

১১। ভিলাইবোৰত থকা কি জালিবোৰে সৰল খাদ্যবোৰ শোষণ কৰি লয় ?

(ক) ৰক্তকেশিকাৰ

(খ) ৰক্তবাহী

(গ) পাচন

উত্তৰঃ (ক) ৰক্তকেশিকাৰ

১২। কিহৰ ভিতৰৰ বেৰখনত হাজাৰ হাজাৰ আঙুলিৰ দৰে বাহিৰলৈ ওলোৱা অংশ থাকে ?

(ক) বৃহদান্ত্ৰ

(খ) ক্ষুদ্ৰান্ত্ৰ

(গ) গ্ৰাসনলী

উত্তৰঃ (খ) ক্ষুদ্ৰান্ত্ৰ

১৩। মানুৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ?

(ক) পাকস্থলী

(খ) গ্ৰসনলী

(গ) যকৃত

উত্তৰঃ (গ) যকৃত

১৪। সৰল খাদ্য ক্ষুদ্ৰান্ত্ৰ বেৰৰ ভিলাইত থকা কিহে শোষণ হয় ?                                            

(ক) গ্ৰাসনলী

(খ) তেজৰ কৈশিক নলিকাই

(গ) গ্ৰসিকা

উত্তৰঃ (খ) তেজৰ কৈশিক নলিকাই

১৫। অতিৰিক্ত গ্লুক’জসমূহ যকৃতত কি ৰূপত সঞ্চিত হৈ থাকে  ?

(ক) পাচন

(খ) এচিড

(গ) গ্লাইক’জেন

উত্তৰঃ (গ) গ্লাইক’জেন

১৬। আমি খোৱা খাদ্য় বোৰ এডাল দীঘল নলীৰ ভিতৰেদি পাৰ হৈ যায় সেই নলীডালৰ নাম কি?

(ক) গ্ৰসনী

(খ) পৌষ্টিক

(গ) পাকস্থলী

উত্তৰঃ (খ) পৌষ্টিক

১৭। মুখগহ্বৰৰ পিছৰ অংশক কি বোলে?

(ক) দুগ্ধদন্ত

(খ) গ্ৰসনী

(গ) স্থীয়ী দাঁত

উত্তৰঃ (খ) গ্ৰসনী

১৮। পাকস্থলীৰ পিছৰ অকোৱা-পকোৱা দীঘল নলীডালক কি বোলে?

(ক) ক্ষুদ্ৰান্ত্ৰ

(খ) বৃহদান্ত্ৰ

(গ) পাকচ গ্ৰন্থি

উত্তৰঃ (ক) ক্ষুদ্ৰান্ত্ৰ

১৯। ইয়াৰ দৈৰ্ঘ্য় কিমান মিটাৰ?

(ক) ৭.৩

(খ) ৭.৫

(গ) ৮.৯

উত্তৰঃ (খ) ৭.৫

২০। অগ্ন্য়াশয় ৰসত কি নামৰ এনজাইম থাকে?

(ক) ট্ৰিপছিন

(খ) ভিটামিন

(গ) স্নেহ পদাৰ্থ

উত্তৰঃ (ক) ট্ৰিপছিন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop