🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 3 | আঁহৰ পৰা কাপোৰলৈ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

আঁহৰ পৰা কাপোৰলৈ

১।  চৌবাচ্চাৰ পানীৰ উষ্ণতা কিমান হ’ব লাগে ?

(ক) ৯০°c

(খ) ৫৪°c

(গ) ৬০°c

উত্তৰঃ (গ) ৬০°c

২। কিমান দিনৰ পিছত পলুবোৰে খাবলৈ বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাঁজবোৰত লেটা তৈয়াৰ কৰে ?

(ক) ২০-২৫ দিন

(খ) ২০-৩০ দিন

(গ) ৩০-৪৫ দিন

উত্তৰঃ (খ) ২০-৩০ দিন

৩। ভাৰতত ঊণ আহৰণ কৰিবৰ বাবে প্ৰধানকৈ কি পালন কৰা হয় ?

(ক) কুকুৰ

(খ) উট

(গ) ভেড়া

উত্তৰঃ (গ) ভেড়া

৪। পাটপলুৰ জীৱনচক্ৰৰ কেইটা দশা বা স্তৰ থাকে ?

(ক) চাৰিটা

(খ) তিনিটা

(গ) পাঁচটা

উত্তৰঃ (ক) চাৰিটা

৫। কোনটো প্ৰাণীৰ পৰা এংগোৰা ঊণ পোৱা যায় ?

(ক) ছাগলী

(খ) এংগোৰা শহাপহু

(গ) উট

উত্তৰঃ (খ) এংগোৰা শহাপহু

৬। পাটপলুৰ খাদ্য কি ?

(ক) কঁঠাল গছৰ পাত

(খ) নিমগছৰ পাত

(গ) নুনিগছৰ পাত

উত্তৰঃ (গ) নুনিগছৰ পাত

৭। কোনটো প্ৰাণীয়ে ঊণ নিদিয়ে ?

(ক) য়াক

(খ) নোমাল কুকুৰ

(গ) ছাগলী

উত্তৰঃ (খ) নোমাল কুকুৰ

৮। পাটসূতা আহৰণৰ কাৰণে কি লোৱা হয় ?

(ক) ঊণ

(খ) লেটা

(গ) এদ’ম লেটা

উত্তৰঃ (গ) এদ’ম লেটা

৯। পাট কেইবিধ ?

(ক) পাঁচ বিধ

(খ) চাৰি বিধ

(গ) তিনি বিধ

উত্তৰঃ (ক) পাঁচ বিধ

১০। কিহৰ পৰা ঊণ সূতা প্ৰস্তুত কৰা হয় ?

(ক) ৰেচম

(খ) আঁহ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) আঁহ

১১। মুণ্ডন ব্যৱহাৰ কৰোঁতে কিহৰ পৰা নোমবোৰ সংগ্ৰহ কৰা হয় ?  

(ক) উট

(খ) য়াক

(গ) ভেড়া

উত্তৰঃ (গ) ভেড়া

১২। কিহৰ পৰা প্ৰস্তুত কৰা ঊণবিলাক কোলম আৰু ৰেছমী আৰু উজ্জল হয় ?

(ক) আলপাকা

(খ) উট

(গ) য়াক

উত্তৰঃ (ক) আলপাকা

১৩। ছাগলী নোমৰ পৰাও ঊণ পোৱা ?

(ক) নাযায়

(খ) যায়

(গ) এটাও নহয়

উত্তৰঃ (খ) যায়

১৪। কাশ্মীৰী ছাগলীৰ নোমবোৰ বৰ ?

(ক) কোমল

(খ) ডাঠ

(গ) এটাও নহয়

উত্তৰঃ (ক) কোমল

১৫। লামা আৰু আলপাকা ক’ত পোৱা যায় ?

(ক) জম্মু-কাশ্মীৰ

(খ) চিকিম

(গ) দক্ষিণ আমেৰিকাত

উত্তৰঃ (গ) দক্ষিণ আমেৰিকাত

১৬। বতাহ, ধুমুহা, বৰষুণ আদিৰ পৰা হাত সাৰিবলৈ আমাক কিহৰ প্ৰয়োজন?

(ক) বাসস্থানৰ

(খ) খাদ্য়ৰ

(গ) বস্ত্ৰ

উত্তৰঃ (ক) বাসস্থানৰ

১৭। পাটপলুবোৰ কিহৰ কণীৰ পৰা হোৱা পোৱালি?

(ক) জীৱনচক্ৰৰ

(খ) পাটচকৰিৰ

(গ) ভেড়াৰ

উত্তৰঃ (খ) পাটচকৰিৰ

১৮। কিহৰ দ্বাৰা পাটৰ আহঁবোৰ গঠিত হয়?

(ক) পানীৰ

(খ) ভিটামিনৰ

(গ) প্ৰ’টিনৰ

উত্তৰঃ (গ) প্ৰ’টিনৰ

১৯। তাঁতী বা শিপিনীয়ে পাটসূতাবোৰ শালত বৈ কি সূতা তৈয়াৰ কৰে?

(ক) পাট সূতা

(খ) নুনিপাটৰ সূতা

(গ) এৰী সূতা

উত্তৰঃ (ক) পাট সূতা

২০। পাটসূতা আহৰণৰ কাৰণে কি লোৱা হয়?

(ক) এদ’ম

(খ) পলু

(গ) ভেড়া

উত্তৰঃ (ক) এদ’ম

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop