🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 4 | তাপৰ ধাৰণা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

তাপৰ ধাৰণা

১। এজন সুস্থ মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান চেলছিয়াছ ?

(ক) ৩০°c

(খ) ৪৫°c

(গ) ৩৭°c

উত্তৰঃ (গ) ৩৭°c

২। এটা সাধাৰণ পৰীক্ষাগাৰৰ থাৰ্ম’মিটাৰৰ ক্ষমতা কিমান ?

(ক) ৩০°c ৰ পৰা ২০°c

(খ) ১০°c ৰ পৰা ১১০°c

(গ) ২৫° ৰ পৰা ৩৯°c

উত্তৰঃ (খ) ১০°c ৰ পৰা ১১০°c

৩। তাপ কেইপ্ৰকাৰত সঞ্চালন কৰা হয় ?                                      

(ক) চাৰি প্ৰকাৰ

(খ) পাঁচ প্ৰকাৰ

(গ) তিনি প্ৰকাৰ

উত্তৰঃ (গ) তিনি প্ৰকাৰ

৪। চুই চাই বস্তুৰ উষ্ণতা জোখা পদ্ধতি সঠিক ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

৫। ঊলৰ কাপোৰে কি দিনত আমাৰ শৰীৰ গৰম কৰি ৰাখে ?

(ক) ঠাণ্ডাৰ দিনত

(খ) গৰম দিনত

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) ঠাণ্ডাৰ দিনত

৬। যিবিলাক পদাৰ্থৰ মাজেৰে তাপ সহজে গতি কৰে তাক কি বোলে ?

(ক) কুপৰিবাহী

(খ) সুপৰিবাহী

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) সুপৰিবাহী

৭। কি পালে পাৰাৰ আয়তন বৃদ্ধি পায় ?

(ক) তাপ

(খ) বায়ু

(গ) অক্সিজেন

উত্তৰঃ (ক) তাপ

৮। দিনৰ ভাগত মাটিভাগতকৈ সোনকালে কি হয় ?

(ক) ঠাণ্ডা

(খ) গৰম

(গ) উষ্ণতা বৃদ্ধি হয়

উত্তৰঃ (খ) গৰম

৯। মমবাতিৰ শিখাৰ তাপে কিহৰ ওপৰৰ বায়ুৰ ঘনত্ব কমায় ?

(ক) লোৰ

(খ) তাম

(গ) তাৰ

উত্তৰঃ (গ) তাৰ

১০। কি ৰঙে তাপ শোষণ নকৰে ?

(ক) ক’লা

(খ) বগা

(গ) নীলা

উত্তৰঃ (খ) বগা

১১।  এবিধ শক্তিক আন এবিধ শক্তিলৈ নিব পাৰি ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটও নহয়

উত্তৰঃ (ক) শুদ্ধ

১২। কি শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰিত হয় ?

(ক) বিদ্যুৎ

(খ) তাপ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) তাপ

১৩। উষ্ণতাই তাপৰ মাত্ৰা প্ৰকাশ নকৰে ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (ক) অশুদ্ধ

১৪। গতি শক্তি এবিধ যান্ত্ৰিক শক্তি ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

১৫। তাপ পালে জুলীয়া আৰু গেছীয় পদাৰ্থ পাতল হয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৬। জ্বৰ জোখা যন্ত্ৰটোৰ নাম কি?

(ক) থাৰ্ম’মিটাৰ

(খ) হাইদ্ৰ’মিটাৰ

(গ) চেন্টি’মিটাৰ

উত্তৰঃ (ক) থাৰ্ম’মিটাৰ

১৭। কয়লা জ্বলিলে ৰাসায়নিক শক্তি কি শক্তিলৈ পৰিৱৰ্তন হয়?

(ক) জল শক্তিলৈ

(খ) তাপ শক্তিলৈ

(গ) বিদ্য়ুৎ শক্তিলৈ

উত্তৰঃ (খ) তাপ শক্তিলৈ

১৮। তাপ সঞ্চালনৰ তৃতীয়বিধ প্ৰথাৰ নাম কি?

(ক) পৰিবহণ

(খ) পৰিচলন

(গ) বিকিৰণ

উত্তৰঃ (গ) বিকিৰণ

১৯। কোনটো প্ৰক্ৰিয়াত পাৰ্থিৱ মাধ্য়মৰ প্ৰয়োজন নাই?

(ক) বিকিৰণ

(খ) পৰিবহণ

(গ) পৰিচলন

উত্তৰঃ (ক) বিকিৰণ

২০। সূৰ্যৰ পৰা তাপ শক্তি কি প্ৰক্ৰিয়াৰ দ্বাৰা চাৰিওফালে সঞ্চালিত হয়?

(ক) বাষ্পীয় প্ৰক্ৰিয়াৰ

(খ) বিকিৰণ প্ৰক্ৰিয়াৰ

(গ) পৰিবহণ প্ৰক্ৰিয়াৰ

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop