Class 7 Science Sankardev School | Chapter 5 | অম্ল, ক্ষাৰক আৰু লৱণ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

অম্ল, ক্ষাৰক আৰু লৱণ

১। প্ৰকৃতিৰ পৰা পোৱা অম্লবোৰক কেইটা ভাগত ভগাব পাৰি ?

(ক) চাৰিটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা

২। মানুহৰ পাকস্থলীত কি অম্ল থাকে ?

(ক) এচিড

(খ) হাইড্ৰ’ক্লৰিক

(গ) দ্ৰব্য

উত্তৰঃ (খ) হাইড্ৰ’ক্লৰিক

৩। নীলা লিটমাছ কি ৰং হয় ?  

(ক) ৰঙা

(খ) বগা

(গ) হালধীয়া

উত্তৰঃ (গ) হালধীয়া

৪। পিত্তৰস ক’ত সৃষ্টি হয় ?

(ক) পাকস্থলীত

(খ) গ্ৰাসনলী

(গ) যকৃত

উত্তৰঃ (গ) যকৃত

৫। আহাৰ খোৱাৰ পাছত কিহৰ পৰা পিত্তৰস নিৰ্গত হৈ হজম হোৱাত সহায় কৰে ?

(ক) যকৃত

(খ) গ্ৰাসনলী

(গ) গ্ৰসিকা

উত্তৰঃ (ক) যকৃত

৬। হাইড্ৰ’ক্লৰিক কি থাকে ?

(ক) দ্ৰব্য

(খ) এচিড

(গ) বেক্টেৰিয়া

উত্তৰঃ (খ) এচিড

৭। ছ’ডা এবিধ কি ?

(ক) এচিড

(খ) দ্ৰব্য

(গ) ক্ষাৰক

উত্তৰঃ (গ) ক্ষাৰক

৮। কৃষিকৰ্মৰ ভাল ফল পাবলৈ মাটিৰ গুণ উপযুক্ত হ’ব ?

(ক) লাগে

(খ) নালাগে

(গ) এটাও নহয়

উত্তৰঃ (ক) লাগে

৯। কিহৰ পৰা তাপ সৃষ্টি হয় ?

(ক) অক্সিজেন

(খ) পানী

(গ) হাইড্ৰ’ক্লৰিক

উত্তৰঃ (খ) পানী

১০। পটাছিয়াম আৰু ছ’ডিয়ামত কি থাকে ?

(ক) নাইট্ৰ’জেন

(খ) অক্সিজেন

(গ) হাইড্ৰ’ক্সাইড

উত্তৰঃ (গ) হাইড্ৰ’ক্সাইড

১১. ক্ষাৰকবোৰ দ্ৰৱত কি ৰং দেখুৱায় ?

(ক) ৰঙা

(খ) নীলা

(গ) বগা

উত্তৰঃ (খ) নীলা

১২. অম্লৰ সোৱাদ কেনে কোৱা ?

(ক) মিঠা

(খ) তিতা

(গ) টেঙা

উত্তৰঃ (গ) টেঙা

১৩. কিহে মাটিৰ গুণ নষ্ট কৰা বাদেও পানীত থকা মাছ বা জীৱ ধ্বংস কৰে ?

(ক) অম্ল

(খ) ক্ষাৰক

(গ) দ্ৰব্য

উত্তৰঃ (ক) অম্ল

১৪.  মাটি বৰ বেছি আম্লিক বা ক্ষাৰকীয় হ’লে উদ্ভিদৰ বৃদ্ধি ভাল ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

১৫. উদ্যোগ বা কল-কাৰখানাবোৰৰ বহুততে যথেষ্ট পৰিমাণে অম্ল ব্যৱহাৰ কৰা ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (ক) হয়

১৬. নেমুৰ ৰস, কমলাৰ ৰস, দৈ আদিৰ সোৱাদ টেঙা এইবোৰত কি থাকে?

(ক) অম্ল

(খ) ক্ষাৰক

(গ) লৱণ

উত্তৰঃ (ক) অম্ল

১৭. ইংৰাজী ভাষাত অম্লক কি বোলে?

(ক) ছ’ডাৰ

(খ) এচিড

(গ) আইৰন

উত্তৰঃ (খ) এচিড

১৮. এচিড শব্দটো কৰ পৰা আহিছে?

(ক) ভাতৰ পৰা

(খ) টেঙাৰ পৰা

(গ) লেটিনৰ পৰা

উত্তৰঃ (গ) লেটিনৰ পৰা

১৯. কি ভাষাত এচিড শব্দটোৰ অৰ্থ টেঙা হৈছে?

(ক) লেটিন ভাষাত

(খ) ইংৰাজী ভাষাত

(গ) অসমীয়া ভাষাত

উত্তৰঃ (ক) লেটিন ভাষাত

২০. গাখীৰত থকা অম্লবিধৰ নাম কি?

(ক) বিউটাইৰিক এচিড

(খ) মেগনেছিয়াম এচিড

(গ) লেকটিক এচিড

উত্তৰঃ (গ) লেকটিক এচিড

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop