🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 6 | ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন

১। আমাৰ চৌদিশে হৈ থকা পৰিৱৰ্তনবোৰ কি ?

(ক) ৰাসায়নিক

(খ) প্ৰাকৃতিক

(গ) জৈৱিক

উত্তৰঃ (খ) প্ৰাকৃতিক

২। পদাৰ্থ পৰিৱৰ্তনবোৰ প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা

৩। পানী কেইটা অৱস্থাত থাকিব পাৰে ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৪। অসমৰ মানুহৰ মূল আহাৰ কি?

(ক) ৰুটী

(খ) ভাত

(গ) ফল-মূল

উত্তৰঃ (খ) ভাত

৫। কিহৰ পৰা ভাত ৰন্ধা হয় ?

(ক) সাৰৰ

(খ) চাউলৰ

(গ) আটাৰ

উত্তৰঃ (খ) চাউলৰ

৬। আমাৰ চাৰিওফালে কি পৰিৱৰ্তন ঘটি আছে?

(ক) জৈৱিক

(খ) ৰাসায়নিক

(গ) ভৌতিক

উত্তৰঃ (খ) ৰাসায়নিক

৭। লোৰ সজুঁলিৰ ওপৰত দস্তাৰ প্ৰলেপ দিয়াকে কি বোলে ?

(ক) দস্তালেপন

(খ) পৰীক্ষা

(গ) পদাৰ্থ

উত্তৰঃ (ক) দস্তালেপন

 ৮। পদাৰ্থৰ পৰিৱৰ্তন কেইটা কি কি ?

(ক) জৈৱিক আৰু অজৈৱিক

(খ) ৰাসায়নিক আৰু ভৌতিক

(গ) ক্ষাৰক আৰু লৱন

উত্তৰঃ (খ) ৰাসায়নিক আৰু ভৌতিক

৯। কমাৰে লোৰ সঁজুলি নগঢ়ে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

১০। পদাৰ্থৰ আকাৰ, আকৃতি, ৰং আৰু অৱসথাক কি বুলি কোৱা হয়?

(ক) লিটমাছ

(খ) ভৌতিক

(গ) ৰাসায়নিক

উত্তৰঃ (গ) ৰাসায়নিক

১১। কেঁচা আম টেঙা কিন্তু পকিলে মিঠা হয়। এয়া ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন?

(ক) ভৌতিক

(খ) ৰাসায়নিক

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ভৌতিক

১২। ৰন্ধন গেছ জ্বলালে কি কি সৃষ্টি হয়?

(ক) ধোৱা আৰু তাপ

(খ) পোহৰ আৰু ধোৱা

(গ) তাপ আৰু পোহৰ

উত্তৰঃ (গ) তাপ আৰু পোহৰ

১৩। ৰন্ধন গেছ জ্বলালে কি গেছ উৎপন্ন হয়?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰজেন

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড

১৪। কি পৰিৱৰ্তনৰ ফলত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়?

(ক) ভৌতিক পৰিৱৰ্তন

(খ) ৰাসায়নিক পৰিৱৰ্তন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ভৌতিক পৰিৱৰ্তন

১৫। জলীয় বাষ্পৰ উপস্থিতিত লো বায়ুৰ অক্সিজেনৰ লগত কি ভাৱে যোজিত হৈ মামৰ সৃষ্টি কৰে?

(ক) ভৌতিকভাৱে

(খ) ৰাসায়নিকভাৱে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৰাসায়নিকভাৱে

১৬। অম্ল আৰু ক্ষাৰকে কি বিনাশ কৰে?   

(ক) স্বধৰ্ম

(খ) ভৌতিকধৰ্ম

(গ) ৰাসায়নিকধৰ্ম

উত্তৰঃ (ক) স্বধৰ্ম

১৭। অলপ চূণপানী সংগ্ৰহ কৰি ইয়াৰ মাজেদি গেছটো যাবলৈ দিলে চূণপানীখিনি কি হোৱা দেখা যায়?

(ক) ঘোলা হোৱা

(খ) বুৰবুৰণি হোৱা

(গ) নিলা হোৱা

উত্তৰঃ (ক) ঘোলা হোৱা

১৮। কাৰ্বন-ডাই-অক্সাইড গেছে চূণপানীৰ লগত কি বিক্ৰিয়া কৰি অদ্ৰৱণীয় কেলছিয়াম কাৰ্বনেট সৃষ্টি কৰে?

(ক) ক্ষাৰক বিক্ৰিয়া

(খ) ভৌতিক বিক্ৰিয়া

(গ) ৰাসায়নিক বিক্ৰিয়া

উত্তৰঃ (গ) ৰাসায়নিক বিক্ৰিয়া

১৯। সেইবাবে চূণপানী কি হয়?

(ক) নিলা

(খ) ঘোলা

(গ) ৰঙা

উত্তৰঃ (খ) ঘোলা

২০। এক বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনক কি পৰিৱৰ্তন বোলে?

(ক) ভৌতিক পৰিৱৰ্তন

(খ) ৰাসায়নিক পৰিৱৰ্তন

(গ) ক্ষাৰক পৰিৱৰ্তন

উত্তৰঃ (খ) ৰাসায়নিক পৰিৱৰ্তন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop