🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 8 | মাটি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

মাটি

১। মাটি কি?

(ক) আশ্ৰয় স্থল

(খ) বতাহ

(গ) ঘৰ

উত্তৰঃ (ক) আশ্ৰয় স্থল

২। মাটি প্ৰদূষিত কৰা আন পদাৰ্থ এবিধৰ নাম লিখা।

(ক) ৰাসায়নিক

(খ) কেঁচু সাৰ

(গ) হিউমাছ

উত্তৰঃ (ক) ৰাসায়নিক

৩। কিহৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয় ?

(ক) পানীৰ ফলত

(খ) জীৱৰ ফলত

(গ) বৰণৰ ফলত

উত্তৰঃ (ক) পানীৰ ফলত

৪। বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতত ভিত্তি কৰি মাটি কেইটা ভাগত বিভক্ত কৰা হৈছে ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৫। ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ সমান থকা মাটিক কি মাটি বোলে?

(ক) আলতীয়া মাটি

(খ) দোমোজা মাটি

(গ) বালিচহীয়া মাটি

উত্তৰঃ (খ) দোমোজা মাটি

৬। মিহি কণিকাৰ অনপাত তুলনামূলকভাৱে অধিক থকা মাটিক কি বোলে?

(ক) দোমোজা মাটি

(খ) আলতীয়া মাটি

(গ) হিউমাছ

উত্তৰঃ (খ) আলতীয়া মাটি

৭। পানী, বতাহ বা বৰফৰ দ্বাৰা মাটিৰ ক্ষয় যোৱাকে মাটিৰ কি বোলে ?

(ক) ক্ষয়ীভৱন বোলে

(খ) সংৰক্ষন বোলে

(গ) শস্য বোলে

উত্তৰঃ (ক) ক্ষয়ীভৱন বোলে

৮। কৃষিৰ বাবে কিহৰ আৱশ্যক ?

(ক) মাটিৰ

(খ) ধাণৰ

(গ) অন্ন

উত্তৰঃ (ক) মাটিৰ

৯। মাটিত থকা এবিধ মৃত বিয়োজিত পদাৰ্থৰ নাম লিখা।

(ক) শীৰ্ষ মৃত্তিকা

(খ) হিউমাছ

(গ) বিচূৰ্ণীভৱন

উত্তৰঃ (খ) হিউমাছ

১০। বায়ু, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি কিহৰ উৎপন্ন  হয় ?                                                                    

(ক) মাটি

(খ) বৰষুণ

(গ) উদ্ভিদ

উত্তৰঃ (ক) মাটি

১১। আমাৰ জীৱন গভীৰভাৱে কাৰ ওপৰত নিৰ্ভৰশীল?

(ক) মানুহৰ

(খ) প্ৰাণীৰ

(গ) মাটিৰ

উত্তৰঃ (গ) মাটিৰ

১২। উদ্ভিদৰ বৃদ্ধি কাৰ সহায়ত হয়?

(ক) মাটিৰ

(খ) পানীৰ

(গ) মানুহৰ

উত্তৰঃ (ক) মাটিৰ

১৩। কোনে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে?

(ক) বিয়োজিত পদাৰ্থয়ে

(খ) হিউমাছে

(গ) মাটিয়ে

উত্তৰঃ (গ) মাটিয়ে

১৪। ভিন ভিন প্ৰকাৰৰ মাটিৰ গঠনাত্মক উপাদান কি হয়?

(ক) ভিন ভিন

(খ) একে

(গ) বেলেগ

উত্তৰঃ (ক) ভিন ভিন

১৫। শিলাখণ্ডৰ বিচূৰ্ণীভৱনৰ ফলত পদাৰ্থৰ কি সৃষ্টি হয়?

(ক) মিশ্ৰণ

(খ) গঠনাত্মক

(গ) সৰু সৰু কণিকা

উত্তৰঃ (গ) সৰু সৰু কণিকা

১৬। শিলৰ কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোক কি বোলা হয়?

(ক) মাটি

(খ) পানী

(গ) বায়ু

উত্তৰঃ (ক) মাটি

১৭। বালিৰ কণিকাবোৰৰ আকাৰ কেনে কোৱা?

(ক) সৰু

(খ) বহল

(গ) ডাঙৰ

উত্তৰঃ (গ) ডাঙৰ

১৮। আলতীয়া মাটিত কি কম পৰিমাণে থাকে?

(ক) পানী

(খ) বায়ু

(গ) উদ্ভিদ

উত্তৰঃ (খ) বায়ু

১৯। বালিচহীয়া মাটিতকৈ বেছি পানী ধৰি ৰখা বাবে আলতীয়া মাটি কি হয়?

(ক) সাৰুৱা

(খ) গধুৰ

(গ) পাতল

উত্তৰঃ (খ) গধুৰ

২০। উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম মাটিৰ নাম কি?

(ক) দোমোজা মাটি

(খ) আলতীয়া মাটি

(গ) বালিচহীয়া মাটি

উত্তৰঃ (ক) দোমোজা মাটি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop