🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science Sankardev School | Chapter 9 | জীৱৰ শ্বাস-প্ৰশ্বাস | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

জীৱৰ শ্বাস-প্ৰশ্বাস

১। আমি সাধাৰণতে কিহেৰে উশাহ লওঁ ?

(ক) কাণেৰে

(খ) নাকেৰে

(গ) ডিঙিৰে

উত্তৰঃ (খ) নাকেৰে

২। নাকৰ সমূখত থকা ৰন্ধ্ৰ দুটাক কি বোলে ?

(ক) শ্বাসতন্ত্ৰ

(খ) ৰক্তনলিকা

(গ) নাসাৰন্ধ্ৰ

উত্তৰঃ (গ) নাসাৰন্ধ্ৰ

৩। এমিবাৰ বিশেষ শ্বাসতন্ত্ৰ আছে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

৪। পঁইতাচোৰা এবিধ কি ?

(ক) জন্তু

(খ) পতংগ

(গ) জীৱ

উত্তৰঃ (খ) পতংগ

৫। কেচুঁয়ে উশাহ-নিশাহ লয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) শুদ্ধ

৬। দিনে-ৰাতি উদ্ভিদৰ সকলো সজীৱ কোষত ক’ত চলি থাকে?

(ক) শ্বাস-প্ৰশ্বাসত

(খ) পত্ৰৰন্ধ্ৰত

(গ) ছিদ্ৰবোৰত

উত্তৰঃ (ক) শ্বাস-প্ৰশ্বাসত

৭। উশাহত উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ নামৰ সৰু সৰু বিন্ধাৰে কৰ ভিতৰলৈ সোমায় যায় ?

(ক) জীৱৰ

(খ) বায়ুৰ

(গ) গ্লুক’জ

উত্তৰঃ (খ) বায়ুৰ

৮। বায়ুত থকা অম্লজান অংশ পানীত মিহলি হৈ ক’ত থকা খাদ্য জাৰিত হয় ?

(ক) জীৱবীজত

(খ) উদ্ভিদত

(গ) সংশ্লেষত

উত্তৰঃ (ক) জীৱবীজত

৯। বায়ু পাতৰ ক’ত বিয়পি পৰে ?

(ক) উদ্ভিদত

(খ) মধ্যকলাত

(গ) কণিকাবোৰত

উত্তৰঃ (খ) মধ্যকলাত

১০। মাছে কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস লয় ?

(ক) গছৰ

(খ) ফুলৰ

(গ) ইষ্টৰ

উত্তৰঃ (খ) ফুলৰ

১১। শ্বাস-প্ৰশ্বাস বুলি ক’লে কি বুজা?

(ক) উশাহ-নিশাহ

(খ) খাদ্য় নলী

(গ) প্ৰাণী

উত্তৰঃ (ক) উশাহ-নিশাহ

১২। নিশাহত আমি কি গেছ এৰি দিও?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰজেন

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড

১৩। উশাহত আমি কি গেছ লওঁ?

(ক) নাইট্ৰজেন

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (খ) অক্সিজেন

১৪। উশাহ-নিশাহৰ সৈতে জড়িত হৈ থকা অংগসমূহক একেলগে কি বোলা হয়?

(ক) ৰন্ধ্ৰ

(খ) শ্বাসতন্ত্ৰ

(গ) নাসাগহ্বৰ

উত্তৰঃ (খ) শ্বাসতন্ত্ৰ

১৫। আমাৰ শ্বাসতন্ত্ৰটো ক’ত আৰম্ভ হয়?

(ক) নাসাৰন্ধ্ৰত

(খ) ফেৰিংছত

(গ) হাঁওফাঁওত

উত্তৰঃ (ক) নাসাৰন্ধ্ৰত

১৬। নাসাৰন্ধ্ৰ দুটা কিছু দূৰ গৈ ঠিক তালুৰ ওপৰত মিলিত হৈ কিহৰ সৃষ্টি কৰে?

(ক) গহ্বৰ

(খ) মধ্য়চ্ছদা

(গ) নাসাগহ্বৰৰ

উত্তৰঃ (গ) নাসাগহ্বৰৰ

১৭। নাসাগহ্বৰৰ ঠিক পিছৰ অংশক কি বোলে?

(ক) ফেৰিংছ

(খ) ব্ৰংকাছ

(গ) মোনাসদৃশ

উত্তৰঃ (ক) ফেৰিংছ

১৮। ফেৰিংছৰ তলফালৰ অংশত কি নামৰ এটা ৰন্ধ্ৰ থাকে?

(ক) গ্লটিছ

(খ) শ্বাসতন্ত্ৰ

(গ) নাসাগহ্বৰ

উত্তৰঃ (ক) গ্লটিছ

১৯। লেৰিংছৰ আন এটা নাম কি?

(ক) বক্ষগহ্বৰ

(খ) স্বৰযন্ত্ৰ

(গ) শ্বসন

উত্তৰঃ (খ) স্বৰযন্ত্ৰ

২০। লেৰিংছৰ সহায়ত আমি কি কৰিব পাৰো?

(ক) উশাহ ল’ব পাৰো

(খ) খোজ কাঢ়িব পাৰো

(গ) কথা ক’ব পাৰো

উত্তৰঃ (গ) কথা ক’ব পাৰো

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop