🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Social Science Sankardev School | Chapter 5 | সম্পদ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

সম্পদ

১। কিমান চনত অসমৰ হাবিত চাহ গছৰ আৱিষ্কাৰ হৈছিল  

(ক) ২০২০

(খ) ১৮২৪

(গ) ১৮২৩

উত্তৰঃ (গ) ১৮২৩

২। কোনে  চাহপাত সিজাই চাহ প্ৰস্তুত কৰিব পাৰি বুলি প্ৰমাণ কৰি দেখুৱাইছিল?

(ক) ছাৰ আইজাক নিউটন

(খ) ৰবাট ব্ৰুছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰবাট ব্ৰুছ

৩। চাহ এবিধ প্ৰয়োজনীয় দ্ৰব্য়।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৪। উদ্ভিদ আৰু  জীৱসমূহ কি সম্পদ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) জৈৱিক সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জৈৱিক সম্পদ

৫।সকলোতে থকা সম্পদক কি বোলে?

(ক) সৰ্বব্য়াপী সম্পদ

(খ) জৈৱিক সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সৰ্বব্য়াপী সম্পদ

৬। মানুহে  প্ৰাকৃতিক সকলো সম্পদকে নিজৰ জ্ঞান-বুদ্ধি আৰু কৰ্মৰদ্বাৰা ব্য়ৱহাৰৰ উপযোগী কৰি তুলিব?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰে

৭। ব্য়ৱহাৰ অনুসৰি সম্পদসমূহৰ শ্ৰেণী বিভাজন

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৮। বিতৰণ ভিত্তিক প্ৰাকৃতিক সম্পদক কেইভাগত ভগোৱা হইছে?

(ক) তিনি ভাগত

(খ) দুই ভাগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দুই ভাগত

৯। প্ৰাকৃতিক বিভিন্ন সম্পদৰ দৰে মানুহো এক অৰ্থত সম্পদ ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১০। মানুহো জৈৱিক সম্পদৰ অন্তৰ্গত।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১১। সম্পদ কেই প্ৰকাৰৰ ? 

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ

১২। মানুহ কি শ্ৰেষ্ঠ ?

(ক) জীৱ

(খ) সম্পদ

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) জীৱ

১৩। প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভগাব পাৰি ?

(ক) এটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা

১৪। জৈৱ ইন্ধন, হাইড্ৰ’জেন কি সম্পদ ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) অপৰম্পৰাগত শক্তি সম্পদ

(গ) মানৱ সম্পদ

উত্তৰঃ (খ) অপৰম্পৰাগত শক্তি সম্পদ

১৫। পানী, মাটি, সূৰ্যৰ শক্তি আদি আমি কৰ পৰা পাওঁ ?

(ক) প্ৰকৃতিৰ পৰা

(খ) মানুহৰ পৰা

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (ক) প্ৰকৃতিৰ পৰা

১৬। জৈৱিক আৰু অজৈৱিক কি সম্পদ ?

(ক) মানৱ সম্পদ

(খ) কৰ্ষিত সম্পদ

(গ) প্ৰাকৃতিক সম্পদ

উত্তৰঃ (গ) প্ৰাকৃতিক সম্পদ

১৭। ক’ত কয়লা পোৱা যায়  ?

(ক) মাটিৰ তলত

(খ) মাটিৰ ওপৰত

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) মাটিৰ তলত

১৮। অসমৰ প্ৰধান সম্পদ কি ?

(ক) খনিজ সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) মানৱ সম্পদ

উত্তৰঃ (ক) খনিজ সম্পদ

১৯। শিল, মাটি-পানী, খনিজ দ্ৰব্য়সমূহ, যাৰ জীৱ নাই সেইবোৰক কি সম্পদ বোলে ?

(ক) জৈৱিক সম্পদ

(খ) অজৈৱিক সম্পদ

(গ) প্ৰাকৃতিক সম্পদ

উত্তৰঃ (খ) অজৈৱিক সম্পদ

২০। ঘৰ-দুৱাৰ, আলিবাট-দলং ইত্য়াদি কি সম্পদ ?

(ক) মানৱসৃষ্ট সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) মানৱ সম্পদ

উত্তৰঃ (ক) মানৱসৃষ্ট সম্পদ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop