Class 8 Assamese Sankardev School | Chapter 13 | হাঁহি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

হাঁহি

১। জ্ঞানদাভিৰাম বৰুৱা কোনখন মহাবিদ্যাল প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?

(ক)জগন্নাথ বৰুৱা

(খ)দৰং

(গ)আইন

উত্তৰঃ (গ)আইন

২। প্ৰিন্সিপাল বৰুৱাৰ সম্পূৰ্ণ নাম কি?

(ক)জ্ঞানদাভিৰাম বৰুৱা

(খ)লক্ষ্যধৰ চৌধৰী

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)জ্ঞানদাভিৰাম বৰুৱা

৩। জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃ এজন কোন আছিল?

(ক)সাংবাদিক

(খ)সাহিত্যিক

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (গ)ওপৰৰ গোটেই কেইটা

৪। জ্ঞানদাভিৰাম জন্ম কিমান চনত হৈছিল?

(ক)১৮৮০

(খ)১৮৭৬

(গ)১৮৫৯

উত্তৰঃ (ক)১৮৮০

৫। জ্ঞানদাভিৰাম বৰুৱা ক’ত জন্ম হৈছিল?

(ক)যোৰহাট

(খ)নগাঁও

(গ)গুৱাহাটী

উত্তৰঃ (খ)নগাঁও

৬।  জ্ঞানদাভিৰাম বৰুৱাক কি বুলি মাতিছিল?

(ক)কণবোপা

(খ)ভদীয়া পোন

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (গ)ওপৰৰ গোটেই কেইটা

৭। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত গুৱাহাটীলৈ আহিছি?

(ক)১৯১৪

(খ)১৯২২

(গ)১৯১৭

উত্তৰঃ (ক)১৯১৪

৮। জ্ঞানদাভিৰাম বৰুৱায়ে কিমান চনত অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়ৰ অধ্যশ্ৰ গ্ৰহন কৰে?

(ক)১৯১৪

(খ)১৯১৫

(গ)১৯২৩

উত্তৰঃ (ক)১৯১৪

৯। জ্ঞানদাভিৰাম জন্ম কিমান চনত হৈছিল?

(ক)১৯২৩

(খ)১৯৩৪

(গ)১৯৩৭

উত্তৰঃ (গ)১৯৩৭

১০। জ্ঞানদাভিৰাম বৰুৱাৰ প্ৰকাশিত পুথি কেইখন?

(ক)৪ খন

(খ)৮ খন

(গ)১২ খন

উত্তৰঃ (ক)৪ খন

 ১১। জ্ঞানদাভিৰাম বৰুৱায়ে কেইখন পুথি ইংৰাজীত অনুবাদ কৰিছিল?

(ক)Option 1

(খ)৬ খন

(গ)৯ খন

উত্তৰঃ (ক)Option 1

১২। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত সাহিত্য সভাৰ সভাপতি হৈছিল?

(ক)১৯৩৭

(খ)১৯৩৩

(গ)১৯২৯

উত্তৰঃ (খ)১৯৩৩

১৩। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত মৃত্যু হ’য়?

(ক)১৯৬৫

(খ)১৯৫৫

(গ)১৯৫৯

উত্তৰঃ (খ)১৯৫৫

১৪। জ্ঞানদাভিৰাম বৰুৱা ক’ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল?

(ক)যোৰহাট

(খ)লখিমপুৰ

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ)লখিমপুৰ

১৫। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত সভাৰম্ভ ৰ পৰা অৱসৰ গ্ৰহন কৰিছিল?

(ক)১৯৩৭

(খ)১৯৪৫

(গ)১৯৩২

উত্তৰঃ (ক)১৯৩৭

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop