Class 8 Assamese Sankardev School | Chapter 14 | বিশ্ব-ভাৱনা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 14

বিশ্ব-ভাৱনা

১। বিশ্ব-ভাৱনা গীতটি কোনে লিখিছিল?

(ক)দুগেশ্বৰ শৰ্মা

(খ)জ্ঞানদাভিৰাম বৰুৱা

(গ)মিত্ৰদেৱ মহন্ত

উত্তৰঃ (ক)দুগেশ্বৰ শৰ্মা

২। দুগেশ্বৰ শৰ্মা জন্ম কেতিয়া হৈছিল?

(ক)১৮৮৯

(খ)১৪৯০

(গ)১৮৫২

উত্তৰঃ

৩। দুগেশ্বৰ শৰ্মা কিমান চনত বি.এ. পৰীক্ষাত উৰ্ত্তীণ হ’য়?

(ক)১৯০৩

(খ)১৯০৬

(গ)১৯০৯

উত্তৰঃ (ক)১৯০৩

৪। দুগেশ্বৰ শৰ্মা কিমান চনত আইন পৰীক্ষাত উৰ্ত্তীণ হ’য়?

(ক)১৯০৬

(খ)১৯১৫

(গ)১৯১৭

উত্তৰঃ (ক)১৯০৬

৫। দুগেশ্বৰ শৰ্মা কিমান চনত চিৰ চাকৰিত সোমায়?

(ক)১৯১১

(খ)১৯১৫

(গ)১৯১৮

উত্তৰঃ (ক)১৯১১

৬। তেওঁৰ কবিতা পুথি কেইখন?

(ক)২ খন

(খ)৩ খন

(গ)৪ খন

উত্তৰঃ (ক)২ খন

৭। দুগেশ্বৰ শৰ্মা ৰ কোনখন প্ৰথম কবিতা পুথি?

(ক)অঞ্জলী

(খ)নিবেদন

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)অঞ্জলী

৮। পদ্মাৱতীৰ নাটক কেইখন?

(ক)৪ খন

(খ)৮ খন

(গ)১৪ খন

উত্তৰঃ (ক)৪ খন

৯। দুগেশ্বৰ শৰ্মা ৰ কিমান চনত মৃত্যু হৈছিল?

(ক)১৯৬১

(খ)১৯৬৪

(গ)১৯৭৫

উত্তৰঃ (ক)১৯৬১

১০। চন্দ্ৰাৱলী নাটকখন কিমান চনত ৰচনা কৰিছিল?

(ক)১৯১২

(খ)১৯১০

(গ)১৯০৯

উত্তৰঃ (গ)১৯০৯

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping