Class 8 Assamese Sankardev School | Chapter 18 | বিষয়ীৰ অধোগতি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 18

বিষয়ীৰ অধোগতি

১। ভট্টদেৱ ৰ জন্ম কোন চনত হৈছিল?

(ক)১৫৫৮

(খ)১৫৬৭

(গ)১৫৭৪

উত্তৰঃ(ক)১৫৫৮

২। তেওঁৰ পিতৃৰ নাম কি?

(ক)চন্দ্ৰ ভাৰতী

(খ)কৃষ্ণৰাম চৌধৰী

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(ক)চন্দ্ৰ ভাৰতী

৩। কহন্ত ৰ অৰ্থ কি?

(ক)ক’লে

(খ)ধব্বংশ

(গ)নাশ

উত্তৰঃ(ক)ক’লে

৪। বিক্ৰম ৰ অৰ্থ কি?

(ক)তাপ

(খ)শক্তি

(গ)শাস্তিু

উত্তৰঃ(খ)শক্তি

৫। সময়ে প্ৰত্যেক ব্যক্তিক পৰাস্ত কৰে?

(ক)হয়

(খ)নহয়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(ক)হয়

৬। মানুহ কি জীৱ?

(ক)মায়াপী

(খ)বিষয়ী

(গ)বেঢ়িয়া

উত্তৰঃ(ক)মায়াপী

৭। কপিলে _____ ?

(ক)কুটুম্ব

(খ)কহন্ত

(গ)ভাৰ্য্যা

উত্তৰঃ(খ)কহন্ত

৮। পুহিব মানে কি?

(ক)পুষিত

(খ)ব্যাস

(গ)দুৰ্দান্ত

উত্তৰঃ(ক)পুষিত

৯। ভট্টদ্ৱৰ জন্ম ক’ত হৈছিল?

(ক)কামৰূপ

(খ)বৰপেটা

(গ)যোৰহাট

উত্তৰঃ(ক)কামৰূপ

১০। গদাধৰ নামে মাত্ৰ এটি কি আছিল?

(ক)সন্তান

(খ)বিষয়ী

(গ)খেদ

উত্তৰঃ(ক)সন্তান

১১। ভট্টদেৱৰ মৃত্যু কিমান চনত হৈছিল?

(ক)১৬৩৪

(খ)১৬৩৮

(গ)১৭৫৪

উত্তৰঃ(খ)১৬৩৮

১২। আপুনাৰ অৰ্থ নষ্ট হৈলে লোভত পৰৰ অৰ্থ হৰে।

(ক)শুদ্ধ

(খ)অশুদ্ধ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(ক)শুদ্ধ

১৩। ভট্টদেৱে কি পাতি থাকোতে তেওঁৰ মৃত্যু হৈছিল?

(ক)ব্যাসকুচিত সত্ৰ

(খ)বেঢ়িয়া

(গ)ছন্দৰীত

উত্তৰঃ(ক)ব্যাসকুচিত সত্ৰ

১৪। ভট্টদেৱ কোনজন গুৰুৰ ওচৰত শৰণ লৈছিল?

(ক)দমোদৰ দেৱ

(খ)গোপাল দেৱ

(গ)ভাগৱত ভট্টাচাৰ্য

উত্তৰঃ(ক)দমোদৰ দেৱ

১৫। শৃংগল ৰ শব্দৰ অৰ্থ কি?

(ক)শাস্তি

(খ)শিয়াল

(গ)পৰাক্ৰম

উত্তৰঃ (খ)শিয়াল

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping