🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Sankardev School | Chapter 3 | বিহু-চোলা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

বিহু-চোলা

১। সোণপাহিৰ ঘৰ ক’ত আছিল?

(ক)শলগুৰি

(খ)শলমাৰিত

(গ)যোৰহাট

উত্তৰঃ (ক)শলগুৰি

২। চুটি গল্প এবিধ _____?

(ক)ভাগ

(খ)সুৰভি

(গ)বলিছলন

উত্তৰঃ(ক)ভাগ

৩। মিত্ৰদেৱ মহন্ত এগৰাকী বিখ্যাত কি আছিল?

(ক)অভিনেতা

(খ)চুটিগল্প লেখক

(গ)সাহিত্যিক

উত্তৰঃ(ক)অভিনেতা

৪। ল’ৰা-ছোৱালীবোৰে ব’হাগৰ বিহু কৰ পালেহি বুলি সোধোতে সোণপেহিৰে ল’ৰা-ছোৱালীবোৰক কি কৈছিল?

(ক)গুৱাহটী

(খ)ওচৰ

(গ)শলগুৰি।

উত্তৰঃ(খ)ওচৰ

৫। মিত্ৰদেৱ মহন্তু জন্ম কোন চনত হৈছিল?

(ক)১৮৯৪

(খ)১৮৬৫

(গ)১৯০৬

উত্তৰঃ(ক)১৮৯৪

৬। “চিৰ চেনেহি মোৰ ভাষাজননী” এই গীতটো কোনে লিখিছিল?

(ক)অতুলচন্দ্ৰ

(খ)মিত্ৰদেৱ মহন্ত

(গ)সত্যনাথ বৰা

উত্তৰঃ(খ)মিত্ৰদেৱ মহন্ত

৭। মিত্ৰদেৱ মহন্ত এজন কি আছিল?

(ক)গীতিকাৰ

(খ)চুটিগল্প লেখক

(গ)প্ৰেক্ষাপট

উত্তৰঃ(ক)গীতিকাৰ

৮। মিত্ৰদেৱ মহন্তৰ কিমান চনত মৃত্যু হ’য়?

(ক)১৯৭২

(খ)১৯৮৬

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(গ)ওপৰৰ এটাও নহয়

৯। ঊষাৰ লগে লগে মাক পুতেক কিহৰ পৰা নামিল?

(ক)বাছৰ পৰা

(খ)পাটীৰ পৰা

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ(খ)পাটীৰ পৰা

১০। মিত্ৰদেৱ মহন্তই কিমান চনত প্ৰচ্চন্নপাণ্ডৱ ৰচনা কৰিছিল?

(ক)১৭১৬

(খ)১৯৫৮

(গ)১৭৬৮

উত্তৰঃ(খ)১৯৫৮

১১। মিত্ৰদেৱ মহন্তই উচ্চ শিক্ষালৈ তেওঁ প্ৰথমে কি কৰে?

(ক)অধ্যপনা

(খ)শিক্ষকতা

(গ)সত্ৰাধিকাৰী

উত্তৰঃ(খ)শিক্ষকতা

১২। মিত্ৰদেৱ মহন্ত ক’ত জন্ম হ’য়?

(ক)যোৰহাট

(খ)গুৱাহাটী

(গ)নলবাৰী

উত্তৰঃ(ক)যোৰহাট

১৩। মিত্ৰদেৱ মহন্তই পিছলৈ কি ৰূপে জীৱন অব্যাহত কৰে?

(ক)সত্ৰাধিকাৰী

(খ)শিক্ষক

(গ)সাহিত্যিক ৰূপে

উত্তৰঃ(ক)সত্ৰাধিকাৰী

১৪। মিত্ৰদেৱ মহন্তই “বৈদেহি বিয়োগ” কিমান চনত ৰচনা কৰিছিল?

(ক)১৯১৭

(খ)১৯২৮

(গ)১৯৫০

উত্তৰঃ(গ)১৯৫০

১৫। কিমাম চনত মিত্ৰদেৱ মহন্তই সাহিত্য সভাৰ সভাপতি দায়িত্ব গ্ৰহন কৰিছিল?

(ক)১৯৫০

(খ)১৯৬৮

(গ)১৯২৮

উত্তৰঃ(খ)১৯৬৮

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop