Class 8 Assamese Sankardev School | Chapter 4 | পৰম বন্ধু | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

পৰম বন্ধু

১। সম্পদত প্ৰিয় বন্ধু কিমান উলায়?

(ক)বিভিন্ন

(খ)অনেক

(গ)শোকে।

উত্তৰঃ (খ)অনেক

২। ‘নিৰ্মালি’ কাৰ একমাত্ৰ কবিটা পুঠি?

(ক)মিত্ৰদেৱ মহন্ত

(খ)ড° সূৰ্যকুমাৰ ভূঞা

(গ)কেশৱ মহন্ত

উত্তৰঃ (খ)ড° সূৰ্যকুমাৰ ভূঞা

3।পৰম বন্ধ পোৱা যায় নে নাযায়?

(ক)যায়

(খ)নেযায়

(গ)কেতিয়াবা পোৱা যায় আৰু নাযায়

উত্তৰঃ (খ)নেযায়

৪। ড° সূৰ্যকুমাৰ ভূঞা কিমান শতিকাৰ পুৰুষ?

(ক)২৯

(খ)৩০

(গ)৩১

উত্তৰঃ (ক)২৯

৫। সূৰ্যকুমাৰ ভূঞাই কিমান চনত ইংৰাজী বিষয়ত এম.এ পাছ কৰে?

(ক)১৯৮৪

(খ)১৯১৬

(গ)১৯৫০

উত্তৰঃ (খ)১৯১৬

৬। সূৰ্যকুমাৰ ভূঞা কিমান চনত জন্ম হ’য়?

(ক)১৮৯৪

(খ)১৮৯৫

(গ)১৯৯৪

উত্তৰঃ (ক)১৮৯৪

৭। সূৰ্যকুমাৰ ভূঞা কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ত উপাৰ্চায আছিল?

(ক)১৭৫৭-৭৬

(খ)১৯৫৭-৬০

(গ)১৮৮৭-৯৪

উত্তৰঃ (খ)১৯৫৭-৬০

৮। সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত কিমান ৰচনা কৰিছিল ?

(ক)কুৰিখনো অধিক

(খ)১৫৭

(গ)৯৮৭

উত্তৰঃ (ক)কুৰিখনো অধিক

৯। সূৰ্যকুমাৰ ভূঞাই ‘অসম জীয়েৰী’ গ্ৰন্থখন কিমান চনত ৰচনা কৰিছিল?

(ক)১৯৫৭

(খ)১৯৩৫

(গ)১৯৫১

উত্তৰঃ (খ)১৯৩৫

১০। সূৰ্যকুমাৰ ভূঞাই কেইখন ইংৰাজী গ্ৰন্থ ৰচনা কৰিছিল?

(ক)৩ খন

(খ)৪ খন

(গ)পাচঁ খন

উত্তৰঃ (ক)৩ খন

১১। সূৰ্যকুমাৰ ভূঞা কিমান চনত অধ্যাপনা কৰে আৰু পিছলৈ অসমৰ শিক্ষাধিকাৰী পদত অলঙ্কিত কৰে?

(ক)১৯১৬

(খ)১৯৩২

(গ)১৮৩২

উত্তৰঃ (ক)১৯১৬

১২। সূৰ্যকুমাৰ ভূঞাই লিখা জীৱনচৰিত্ৰমূলক গ্ৰন্থ কেইখন?

(ক)৪ খন

(খ)৫ খন

(গ)৬ খন

উত্তৰঃ (ক)৪ খন

১৩। সূৰ্যকুমাৰ বূঞা ক’ত জন্ম গ্ৰহন কৰে?

(ক)গুৱাহাটী

(খ)নগাঁও

(গ)যোৰহাট

উত্তৰঃ (খ)নগাঁও

১৪। ড° সূৰ্যকুমাৰ ভূঞা আঠিল প্ৰথম আসমীয়া শিক্ষাধিকাৰ?

(ক)হ’য়

(খ)নহ’য়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)হ’য়

১৫। ড° সূৰ্যকুমাৰ ভূঞাৰ ‘পৰম বন্ধু’ এটি কি মূলক কবিতা?

(ক)ভক্তিমূলক

(খ)নীতিমূলক

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)নীতিমূলক

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop