🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Sankardev School | Chapter 5 | মাতৃপূজাত মোমাই বলি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

মাতৃপূজাত মোমাই বলি

১। নাটক একোটা কিহত প্ৰয়োজনীয় সামগ্ৰী?

(ক)ৰভাঘৰ

(খ)দৃশ্যত

(গ)টেবুল চকী।

উত্তৰঃ (খ)দৃশ্যত

২। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

(ক)১৬১৭

(খ)১৬৭১

(গ)১৬৭৩

উত্তৰঃ (খ)১৬৭১

৩। কিমান চনত লাচিত বৰফুকণৰ জন্ম হৈছিল?

(ক)১৬১১

(খ)১৬১২

(গ)১৬১৩

উত্তৰঃ (খ)১৬১২

৪। অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম কেতিয়া হৈছিল?

(ক)১৯০৯

(খ)১৯০৬

(গ)১৮৯৬

উত্তৰঃ (খ)১৯০৬

৫। অতুল চন্দ্ৰ হাজৰিকা কিমান চনত অসম সাহিত্য সবাৰ সভাপতি আছিল?

(ক)১৯৫৮

(খ)১৯৫৯

(গ)১৯৫৭

উত্তৰঃ (খ)১৯৫৯

৬। অতুল চন্দ্ৰ হাজৰিকা দেৱে কবিটা পুথি কেইখন লিখিছিল?

(ক)৫ খন

(খ)৬ খন

(গ)৭ খন

উত্তৰঃ

৭। মুকুতা মণি কবিটা পুথি খন কিমান চনত ৰচনা কৰিছিল?

(ক)১৯৪০

(খ)১৯৫৫

(গ)১৯৫৩

উত্তৰঃ (খ)১৯৫৫

৮। অতুল চন্দ্ৰ হাজৰিকা দেৱে নাটক কেইখন লিখিছিল?

(ক)৬ খন

(খ)১২ খন

(গ)১৮ খন

উত্তৰঃ (খ)১২ খন

৯। অতুল চন্দ্ৰ হাজৰিকাৰ ইংৰাজী পুথি কেইখন?

(ক)২ খন

(খ)৪ খন

(গ)৫ খন

উত্তৰঃ (ক)২ খন

১০। ব্ৰজনাথ শৰ্মা জন্ম কেতিয়া হৈছিল?

(ক)১৮৯৮

(খ)১৯৩৫

(গ)১৯৬০

উত্তৰঃ (ক)১৮৯৮

১১। অতুল চন্দ্ৰ হাজৰিকাই টিকেন্দ্ৰজিত নাটক কিমান চনত ৰচনা কৰে?

(ক)১৯৫৯

(খ)১৯৬০

(গ)১৯৫৪

উত্তৰঃ (ক)১৯৫৯

১২। হাজৰিকা দেৱৰ কিমান চনত মৃত্যু হ’য়?

(ক)১৯৮৬

(খ)১৯৫৯

(গ)১৯৭৮

উত্তৰঃ (ক)১৯৮৬

১৩। হাজৰিকাদেৱে কিমান চনত গুবাহাটীৰ পৰা প্ৰকাশিত ‘বাঁহী’ ‘চিত্ৰদাস’ ছদ্মনাম লৈ বহুতো কবিতা প্ৰকাশ কৰে?

(ক)১৯৭৮-৮০

(খ)১৯৩৮-৩৫

(গ)১৭৬৮-৭০

উত্তৰঃ (খ)১৯৩৮-৩৫

১৪। মাতৃপূজাত মোমাই বলি পাঠটি কোনে ৰচনা কৰিছিল?

(ক)অতুল চন্দ্ৰ বৰুৱা

(খ)অতুল চন্দ্ৰ হাজৰিকা

(গ)মিত্ৰদেৱ মহন্ত

উত্তৰঃ (খ)অতুল চন্দ্ৰ হাজৰিকা

১৫। অতুল চন্দ্ৰ হাজৰিকাক কি ৰূপে আখ্যা দিয়া হৈছে?

(ক)শিশু সাহিত্যিক

(খ)লেখক

(গ)কবিতা পুথি লিখক

উত্তৰঃ (ক)শিশু সাহিত্যিক

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop