🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Sankardev School | Chapter | বৰগীত | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

বৰগীত

১। মধ্যযুগত অসমীয়া সাহিত্যৰ মধ্যমণি কোন?

(ক)শ্ৰীমন্ত শংকৰদেৱ

(খ)মাধৱদেৱ

(গ)মাধৱ কন্দলী

উত্তৰঃ (ক)শ্ৰীমন্ত শংকৰদেৱ

২। কিমান চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল?

(ক)১৩৭১ শকত

(খ)১৪৪৯ শকত

(গ)১৯৫৬ শকত

উত্তৰঃ (খ)১৪৪৯ শকত

৪। গীত কেই প্ৰকাৰৰ?

(ক)৩ প্ৰকাৰৰ

(খ)৪ প্ৰকাৰৰ

(গ)৫ প্ৰকাৰৰ

উত্তৰঃ (খ)৪ প্ৰকাৰৰ

৫। ভক্তিতত্বমূলক সংগ্ৰহ কেই প্ৰকাৰৰ?

(ক)3 প্ৰকাৰৰ

(খ)৫ প্ৰকাৰৰ

(গ)৪ প্ৰকাৰৰ

উত্তৰঃ

৬। ভটিমা কেই প্ৰকাৰৰ প্ৰসান্তিমূলক গীত?

(ক)এক প্ৰকাৰৰ

(খ)দুই প্ৰকাৰৰ

(গ)তিনি প্ৰকাৰৰ

উত্তৰঃ (ক)এক প্ৰকাৰৰ

৭। কি হৈছে এটা কৃত্ৰিম সাহিত্যিক ভাষা?

(ক)ভটিমা।

(খ)ব্ৰজাৱলী।

(গ)চপয়।

উত্তৰঃ (খ)ব্ৰজাৱলী।

৮। শংকৰদেৱৰ আজ্ঞা অনুসৰি মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে?

(ক)১৭৫ টা

(খ)১৫৭ টা

(গ)১৯১ টা

উত্তৰঃ (খ)১৫৭ টা

৯। ভটিমা কেই প্ৰকাৰৰ?

(ক)এক প্ৰকাৰৰ

(খ)দুই প্ৰকাৰৰ

(গ)তিনি প্ৰকাৰৰ

উত্তৰঃ (গ)তিনি প্ৰকাৰৰ

১০। শংকৰদেৱে কি ভটিমা ৰচনা কৰিছিল?

(ক)ৰাজ ভটিমা

(খ)গুৰু ভটিমা

(গ)Option 3

উত্তৰঃ (ক)ৰাজ ভটিমা

১১। মন মেৰি ৰাম চৰণেহি লাগু এই বৰগীতটো কিমান খৃষ্টাব্দমানত ৰচনা কৰা হ’য়?

(ক)১৪৯০

(খ)১৫৯০

(গ)১৬৫৬

উত্তৰঃ (ক)১৪৯০

১২। কি অসমীয়া বৈষ্ণৱসাহিত্যৰ আপুৰুগীয়া সম্পদ?

(ক)বৰগীত

(খ)ভটিমা

(গ)বিৰহ দুখ

উত্তৰঃ (ক)বৰগীত

১৩। কাব্য কেইখন?

(ক)৬ খন

(খ)৭ খন

(গ)৮ খন

উত্তৰঃ (ক)৬ খন

১৪। তলৰ কোনটো বৰগীত প্ৰথম বৰগীত বুলি ভৱা হৈছে?

(ক)কংকৃত মাধৱ

(খ)আলো মই কি কৰো দুখ

(গ)মন মেৰি ৰাম চৰণহি লাগু

উত্তৰঃ (গ)মন মেৰি ৰাম চৰণহি লাগু

১৫। বনপোৰা জুইত নষ্ট হোৱা বাবে কিমান টা গীত পোৱা গৈছে?

(ক)৩৪ টা

(খ)৪৪ টা

(গ)৫৪ টা

উত্তৰঃ (ক)৩৪ টা

(ক)

(খ)

(গ)

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop