🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

অসমৰ কুটীৰ শিল্প | অধ্য়ায়-১২ | Chapter 12 | Class 4 SCERT School Environment Question Answer | অসমৰ কুটীৰ শিল্প Lesson 12 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী Book Class 4 SCERT School Question Answer and Solutions For Assam |

Chapter 12

অসমৰ কুটীৰ শিল্প

অনুশীলনী

১। উত্তৰ লিখা –

(ক) কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। 

উত্তৰঃ 
(খ) বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।

উত্তৰঃ
(গ) অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম।

উত্তৰঃ 
(ঘ) তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম।

উত্তৰঃ 

২। তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা

টেকেলি

 বটা

মেখেলা-চাদৰ

কাঁহী-বাটি

চাকি

লোটা

ৰিহা

গামোচা

শৰাই

চেলেং-চাদৰ

বানবাটি

ঘটি

মুখা

গছা

৩। কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা:যেনে– 

সৰ্থেবাৰী
ঢকুৱাখনা
কাছাৰ
আশাৰীকান্দি
হাজো
শুৱালকুছি
মৃৎশিল্প
পিতলৰ শিল্প
কাঁহৰ শিল্প
বয়ন শিল্প
বয়ন শিল্প
বেতৰ শিল্প

৪।  তোমাৰ অঞ্চলত থকা কুটীৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা।

উত্তৰঃ 
৫। তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটীৰ শিল্পৰ কাম-কাজ সম্পর্কে এটি টোকা প্রস্তুত কৰা। (৫/৬টা বাক্যৰ ভিতৰত লিখিবা)।

 উত্তৰঃ 
৬। মাটি/কাঁহ/পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা।

উত্তৰঃ

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop