🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 10 | পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | MCQs Short Question Answer SEBA School |

Chapter 10

পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ

১। পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুওৱা পোহৰক কি বোলে?

(ক) পোহৰৰ অপবৰ্তন

(খ) পোহৰৰ অভিলম্ব

(গ) পোহৰৰ আপতন

উত্তৰঃ (ক) পোহৰৰ অপবৰ্তন

২। কোনখন দাপোনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব দঠন কৰে?

(ক) উত্তল দাপোন

(খ) সমতল দাপোন

(গ) অৱতল দাপোন

উত্তৰঃ (গ) অৱতল দাপোন

৩। গাড়ীৰ পিচলৈ চোৱা দাপোনখন কি দাপোন ব্যৱহাৰ কৰা হয়?

(ক) উত্তল দাপোন

(খ) সমতল দাপোন

(গ) অৱতল দাপোন

উত্তৰঃ (গ) অৱতল দাপোন

৪।  তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?

(ক) কাঁচ

(খ) প্লাষ্টিক

(গ) মৃত্তিকা

উত্তৰঃ (গ) মৃত্তিকা

৫। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক কি বোলা হয়?

(ক) মধ্যবিন্দু

(খ) মেৰু

(গ) মৰুচিকা

উত্তৰঃ (খ) মেৰু

৬। মেৰুক কি আখৰেৰে সূচোৱা হয়?

(ক) P

(খ) D

(গ) R

উত্তৰঃ(ক) P

৭। ভাঁজকেন্দ্ৰক কি আখৰেৰে সূচোৱা হয়?

(ক) M

(খ) C

(গ) P

উত্তৰঃ (খ) C

৮। ভাঁজ ব্যাসাৰ্ধক কি আখৰেৰে সূচোৱা হয়?

(ক) O

(খ) P

(গ) R

উত্তৰঃ (গ) R

৯। গোলাকাৰ দাপোন এখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যোৱা সৰল ৰেখা ডালক কয়?

(ক) ফ’কাছ বিন্দু

(খ) মূখ্য অক্ষ

(গ) প্ৰতিফলিত ৰশ্মি

উত্তৰঃ (খ) মূখ্য অক্ষ

১০। মূখ্য ফ’কাছক কি আখৰেৰে বুজোৱা হয়?

(ক) A

(খ) J

(গ) F

উত্তৰঃ (গ) F

১১। গোলকাৰ দাপোনৰ লযবস্তুৰ মেৰুৰ পৰা দূৰত্বক কি বোলা হয়?

(ক) লক্ষ্যবস্তুৰ দূৰত্ব

(খ) লক্ষ্যবস্তুৰ ভাঁজকেন্দ্ৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) লক্ষ্যবস্তুৰ দূৰত্ব

১২। বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি হয়?

(ক) সৎ

(খ) অসৎ

(গ) ঋনাত্মক হয়

উত্তৰঃ (খ) অসৎ

১৩। বায়ুৰ প্ৰতিসৰণাংক মাধ্যম কি?

(ক) ১.০০০৩

(খ) ১.৫০

(গ) ২.৪২

উত্তৰঃ (ক) ১.০০০৩

১৪। মধ্যবিন্দুটোক কি আখৰেৰে বুজোৱা হয়?

(ক) O

(খ) H

(গ) M

উত্তৰঃ (ক) O

১৫। পোহৰৰ প্ৰতিবিম্ব ঘটাই লেন্ছে কি গঠন কৰে?

(ক) প্ৰতিবিম্ব

(খ) অভিলম্ব

(গ) আপতন কোণ

উত্তৰঃ (ক) প্ৰতিবিম্ব

১৬। লক্ষ্যবস্তুৰ যিকোনো অৱস্থানৰ অৱতল লেন্ছে সদায় কি প্ৰতিবিম্ব গঠন কৰে?

(ক) সংকুচিত

(খ) ওলোটা

(গ) থিয়

উত্তৰঃ (গ) থিয়

১৭। লেন্ছৰ পোহৰ ৰশ্মিক আভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্য কাৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) ভাজঁকেন্দ্ৰৰ ওপৰত

(খ) ফ’কাছ দৈৰ্ঘ্যৰ ওপৰত

(গ) মূখ্য অক্ষৰ ওপৰত

উত্তৰঃ (খ) ফ’কাছ দৈৰ্ঘ্যৰ ওপৰত

১৮। লেন্ছৰ ক্ষমতাৰ SI একক কি?

(ক) ডায়’প্টাৰ

(খ) মিটাৰ

(গ) মাইট্ৰ’পিয়া

উত্তৰঃ (ক) ডায়’প্টাৰ

১৯। সকলোধৰণৰ প্ৰতিফলন পৃষ্ঠই কাৰ সূত্ৰ মানি চলে?

(ক) প্ৰতিফলনৰ

(খ) আপতনৰ

(গ) অভিলম্বৰ

উত্তৰঃ (ক) প্ৰতিফলনৰ

২০। গোলাকাৰ দাপোনৰ ফ’কাছ দৈৰ্ঘ্য, ইয়াৰ ভাঁজ ব্যাসাৰ্ধৰ-

(ক) সম্পূৰ্ণ

(খ) আধা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আধা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop