Class 10 General Science Chapter 13 | বিদ্যুৎ প্ৰবাহৰ চুম্বকীয়া ক্ৰিয়া | MCQs Short Question Answer SEBA School |

Chapter 13

বিদ্যুৎ প্ৰবাহৰ চুম্বকীয়া ক্ৰিয়া

১। কোনে ৰেডিঅ’, টেলিভিজন আৰু ফাইবাৰ অপটিক্সৰ দৰে প্ৰযুক্তিৰ জন্ম দিছিল?

(ক) চাৰ আইজাক নিউটন

(খ) হ্যান্স ক্ৰিশ্চিয়ান ওৰষ্টেড

(গ) ৰ্চালছ ব্যাবেজ

উত্তৰঃ (খ) হ্যান্স ক্ৰিশ্চিয়ান ওৰষ্টেড

২। কাৰ সন্মানত চৌম্বক ক্ষেত্ৰৰ প্ৰাৱল্য এককৰ নাম অ’ৰষ্টেড ৰখা হ’ল?

(ক) চাৰ আইজাক নিউটনৰ

(খ) হ্যান্স ক্ৰিশ্চিয়ান ওৰষ্টেডৰ

(গ) ৰ্চালছ ব্যাবেজৰ

উত্তৰঃ (খ) হ্যান্স ক্ৰিশ্চিয়ান ওৰষ্টেডৰ

৩। দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালৰ দুইমূৰ প্ৰায় উত্তৰ দক্ষিণমুৱাকৈ থাকে। উত্তৰ মুৰটোক কি বুলি কোৱা হয়?

(ক) উত্তৰ পিপাসী

(খ) উত্তৰাণু

(গ) উত্তৰ দাঘ্ৰীমাংক্ষ

উত্তৰঃ (ক) উত্তৰ পিপাসী

৪। দুডাল চৌম্বক বলৰেখাই কটাকটি-

(ক) কৰে

(খ) নকৰে

(গ) হয়

উত্তৰঃ (খ) নকৰে

৫। পৰিবাহীত চালিত হোৱা প্ৰবাহে চৌম্বক ক্ষেত্ৰ –

(ক) বৃদ্ধি কৰে

(খ) হ্যাস কৰে

(গ) উৎপন্ন কৰে

উত্তৰঃ (গ) উৎপন্ন কৰে

৬। প্ৰবাহে সদায় কি জন্ম দিয়ে?

(ক) চৌম্বক ক্ষেত্ৰ এখনৰ

(খ) কুণ্ডলীৰ

(গ) বৈদ্যুতিক ক্ষেত্ৰ এখনৰ

উত্তৰঃ (ক) চৌম্বক ক্ষেত্ৰ এখনৰ

৭। চৌম্বক ক্ষেত্ৰবিলাক অতি দুৰ্বল আৰু পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ কিমান ভাগৰ এভাগ?

(ক) এশ কোটি ভাগৰ

(খ) এশ লাখ ভাগৰ

(গ) এশ হাজাৰ ভাগৰ

উত্তৰঃ (ক) এশ কোটি ভাগৰ

৮। মানৱ শৰীৰত লেখত লবলগীয়া চৌম্বক ক্ষেত্ৰ সৃষ্টি দুটা প্ৰধান অংগৰ নাম কি?

(ক) হাত আৰু ভৰি

(খ) হৃদপিণ্ড আৰু মগজু

(গ) পাকস্থলী আৰু ৰেচনতন্ত্ৰ

উত্তৰঃ (খ) হৃদপিণ্ড আৰু মগজু

৯। বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা-

(ক) ঘূৰণীয়া সাজুঁলি

(খ) আৰ্বত সাজুঁলি

(গ) ফ্লেমিঙৰ সাজুঁলি

উত্তৰঃ (খ) আৰ্বত সাজুঁলি

১০। বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা সজুঁলিটোক  কি বুলি কয়?

(ক) পুনৰ পৰিবৰ্তন

(খ) দিকপৰিবৰ্তক

(গ) দিহুপৰিবৰ্তক

উত্তৰঃ (খ) দিকপৰিবৰ্তক

১১। বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা পৰা সজুঁলিটোৰ নাম কি?  

(ক) কুণ্ডলী

(খ) গেলভেন’মিটাৰ

(গ) হাইগ্ৰ’মিটাৰ

উত্তৰঃ (খ) গেলভেন’মিটাৰ

১২। প্ৰয়োগাত্মক পদাৰ্থবিদজনৰ নাম কি?

(ক) মাইকেল ফেৰাডে

(খ) হোমি জাহাংগীৰ ভাবা

(গ) ৰ্চালচ ৰবাট

উত্তৰঃ (ক) মাইকেল ফেৰাডে

১৩। কোনে বিদ্যুৎ চুম্বকীয় আৱেশ আৰু বিদ্যুৎ বিশ্লেষণকে ধৰি কেইবাটাও যুগান্তকাৰী আৱিষ্কাৰ কৰিছিল?

(ক) মাইকেল ফেৰাডে

(খ) হোমি জাহাংগীৰ ভাবা

(গ) ৰ্চালচ ৰবাট

উত্তৰঃ (ক) মাইকেল ফেৰাডে

১৪। সহজ নিয়মটোক ফ্লেমিঙৰ কি বুলি কোৱা হয়?

(ক) সৰল নিয়ম

(খ) কোমল নিয়ম

(গ) সোঁহতীয়া নিয়ম

উত্তৰঃ (গ) সোঁহতীয়া নিয়ম

১৫। তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘোৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি-

(ক) দুপাকত সলনি হ’ব

(খ) এপাকত সলনি হ’ব

(গ) আধা পাকত সলনি হ’ব

উত্তৰঃ (গ) আধা পাকত সলনি হ’ব

১৬। দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল যন্ত্ৰ হৈছে –

(ক) এডাল সৰু চুম্বক

(খ) এডাল ডাঙৰ চুম্বক

(গ) এখন চুম্বক ক্ষেত্ৰ

উত্তৰঃ (ক) এডাল সৰু চুম্বক

১৭। এটা জেনেৰেটৰে যান্ত্ৰিক শক্তিক কি শক্তিলৈ ৰূপান্তৰ কৰে?

(ক) চুম্বক শক্তিলৈ

(খ) বৈদ্যুতিক শক্তিলৈ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বৈদ্যুতিক শক্তিলৈ

১৮। বৈদ্যুতিক প্ৰবাহ উৎপন্ন সজুঁলিক

(ক) জেনেৰেটৰে বোলা হয়

(খ) গেলভেন’মিটাৰ বোলা হয়

(গ) মটৰ বোলা হয়(গ) মটৰ বোলা হয়

উত্তৰঃ (ক) জেনেৰেটৰে বোলা হয়

১৯। হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্ত্তনীটোত প্ৰবাহ-

(ক) বুজন পৰিমাণে কমি যায়

(খ) সলনি হয়

(গ) বুজন পৰিমাণে বৃদ্ধি পায়

উত্তৰঃ (গ) বুজন পৰিমাণে বৃদ্ধি পায়

২০। তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণানা কৰে?

(ক) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত

(খ) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত

(গ) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত

উত্তৰঃ (গ) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত

0
    0
    Your Cart
    Your cart is emptyReturn to Shop