🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 6 | জীৱন প্ৰক্ৰিয়া | MCQs Short Question Answer SEBA School |

Chapter 6

জীৱন প্ৰক্ৰিয়া

১। জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে সেইবিলাক কাৰ্যক কি বুলি কোৱা হয়?

(ক) জীৱন প্ৰক্ৰিয়া

(খ) আজীৱন প্ৰক্ৰিয়া

(গ) উদ্ভিদৰ প্ৰক্ৰিয়া

উত্তৰঃ (ক) জীৱন প্ৰক্ৰিয়া

২। জীৱই দেহৰ বহিঃ পৰিৱেশৰ পৰা কি আহৰণ কৰে?

(ক) গেছ

(খ) অক্সিজেন

(গ) বায়ু

উত্তৰঃ (খ) অক্সিজেন

৩। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ?

(ক) পৰিপুষ্টি

(খ) শ্বসন

(গ) ৰেচন

উত্তৰঃ (গ) ৰেচন

৪। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-

(ক) পানীৰ পৰিবহণ

(খ) খাদ্যৰ পৰিবহণ

(গ) এমিন’ এছিডৰ পৰিবহন

উত্তৰঃ (ক) পানীৰ পৰিবহণ

৫। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-

(ক) কাৰ্বন ডাই অক্সাইড আৰু পানী

(খ) পত্ৰহৰিৎ

(গ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (গ) ওপৰৰ আটাইকেইটা

৬। উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়ুবীয় অংগই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোক কি বোলে?

(ক) পত্ৰহৰিৎ

(খ) সালোক সংশ্লেষণ

(গ) পত্ৰমোচন

উত্তৰঃ (গ) পত্ৰমোচন

৭। সৰু ৰক্ত নলীকাবোৰ এককোষী আৰু আৱৰণযুক্ত পাতল হয় তাক কি বুলি কয়?

(ক) ৰক্তজালিকা

(খ) ৰক্তবিকাৰ

(গ) বাষ্পমোচন

উত্তৰঃ (ক) ৰক্তজালিকা

৮। বেলুন সদৃশ অংগবোৰক কি বুলি কোৱা হয়?

(ক) বায়ুকূপ

(খ) ব্যাপন

(গ) হাওঁফাঁও

উত্তৰঃ (ক) বায়ুকূপ

৯। ভেঁকুৰ আৰু প্ৰাণীসমূহক কি বুলি কোৱা হয়?

(ক) উৎসেচক

(খ) পৰপোষী

(গ) অপৰপোষী

উত্তৰঃ (খ) পৰপোষী

১০। জৈৱ অনঘটকবোৰক কি বুলি কোৱা হয়?

(ক) উৎসেচক

(খ) অজৈবিক

(গ) অনুসেচক

উত্তৰঃ (ক) উৎসেচক

১১। পাতৰ প্ৰস্থচ্ছেদত থকা সেউজীয়া বৰণৰ বিন্দুবিলাকক কি বুলি কোৱা হয়?

(ক) পাতৰ সুং

(খ) পত্ৰৰন্ধ

(গ) হৰিৎকণা

উত্তৰঃ (গ) হৰিৎকণা

১২। পাকস্থলিত পাচক ৰস নিঃসৰন কৰা গ্ৰন্থিবোৰক কি বুলি কোৱা হয়?

(ক) সীৰ

(খ) পাকগ্ৰন্থি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পাকগ্ৰন্থি

১৩। ক্ষুদ্ৰান্তৰ বেৰত থকা কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক কি বুলি কয়?

(ক) ভিলাই

(খ) ভেঁকুৰ

(গ) বেক্টেৰীয়া

উত্তৰঃ (ক) ভিলাই

১৪। তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো-

(ক) চুটি

(খ) দীঘল

(গ) বহল

উত্তৰঃ (খ) দীঘল

১৫। মাংসভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো-

(ক) চুটি

(খ) দীঘল

(গ) বহল

উত্তৰঃ (ক) চুটি

১৬। উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত উৎপন্ন কৰা কি গেছ সালোক সংশ্লেণত প্ৰয়োগ কৰে?

(ক) অক্সিজেন

(খ) কাৰ্বন ডাই অক্সাইড

(গ) নাইট্ৰজেন

উত্তৰঃ (খ) কাৰ্বন ডাই অক্সাইড

১৭। তেজৰ লোহিত ৰক্ত কণিকাত কি পোৱা যায়?

(ক) প্ৰটিন

(খ) ভিটামিন

(গ) হিম’গ্ল’বিন

উত্তৰঃ (গ) হিম’গ্ল’বিন

১৮। বায়ুকূপবোৰৰ পৃষ্ঠভাগ যদি মেলি দিয়া হয় তেন্তে ই কিমান m²মান আগুৰি থাকিব?

(ক) 100 m²

(খ) 60 m²

(গ) 80 m²

উত্তৰঃ (গ) 80 m²

১৯। সাধাৰণতে এজন সুস্থ মানুহৰ বৃক্কই এদিনত কিমান তেজ চেকীব পাৰে?

(ক) 360L

(খ) 180L

(গ) 160L

উত্তৰঃ (খ) 180L

২০। পৰপোষিত পুষ্টিত বেলেগ জীৱৰ দেহত উৎপন্ন জটিল পদাৰ্থবোৰ কি কৰে?

(ক) গঠন কৰে

(খ) ভাঙি পেলায়

(গ) এটাও নকৰে

উত্তৰঃ (খ) ভাঙি পেলায়

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop