Class 10 General Science Chapter 7 |  নিয়ন্ত্ৰণ আৰু সমন্বয় | MCQs Short Question Answer SEBA School |

Chapter 7

নিয়ন্ত্ৰণ আৰু সমন্বয়

১। কাৰ দ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয়?

(ক) স্নায়ুকলা আৰু পেশী কলাৰ দ্বাৰা

(খ) স্নায়ুকলা আৰু ইয়াৰ সংযোদনৰ দ্বাৰা

(গ) স্নায়ুকলা আৰু মাংশপেশী দ্বাৰা

উত্তৰঃ(ক) স্নায়ুকলা আৰু পেশী কলাৰ দ্বাৰা

২। স্নায়ু প্ৰৱৰ্ধ কেই প্ৰকাৰৰ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰঃ(খ) দুই প্ৰকাৰৰ

৩। মস্তিস্ক আৰু স্নায়ুৰজ্জু লগ লাগি কি গঠিত হয়?

(ক) স্নায়ুকোষ

(খ) ডিম্বা

(গ) স্নায়ুতন্ত্ৰ

উত্তৰঃ(গ) স্নায়ুতন্ত্ৰ

৪। প্ৰতীপ ধেনু ক’ত গঠিত হয়?

(ক) স্নায়ুৰজ্জু

(খ) স্নায়ুকোষ

(গ) স্নায়ুতন্ত্ৰ

উত্তৰঃ(ক) স্নায়ুৰজ্জু

৫। মানুহৰ মস্তিকটা কি?

(ক) জটিল কোমল অংশ

(খ) সৰল টান অংশ

(গ) জটিল কঠিন অংশ

উত্তৰঃ(ক) জটিল কোমল অংশ

৬। কোনে স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰাখে?

(ক) পেশী সমূহে

(খ) ৰাজহাড়ৰে

(গ) কোষসমূহে

উত্তৰঃ(খ) ৰাজহাড়ৰে

৭। উদ্ভিদে কেই প্ৰকাৰৰ চলন দেখুৱায়?

(ক) তিনিপ্ৰকাৰৰ

(খ) দুইপ্ৰকাৰৰ

(গ) একপ্ৰকাৰৰ

উত্তৰঃ(খ) দুইপ্ৰকাৰৰ

৮। উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জিৱনী পদাৰ্থৰ নামটো কি?

(ক) অক্সিন

(খ) পানী

(গ) অক্সিজেন

উত্তৰঃ(খ) পানী

৯। তলৰ কোনবিধ উদ্ভিদৰ সঞ্জিৱনী পদাৰ্থ?

(ক) ইনচুলিন

(খ) অ’বেষ্ট্ৰজেন

(গ) চাইট’কাইনিন

উত্তৰঃ(গ) চাইট’কাইনিন

১০। দুটা নিউৰণৰ খালী ঠাইক কি বুলি কোৱা হয়?

(ক) ডেনড্ৰাইট

(খ) প্ৰেৰণা

(গ) চাইনেপচ্

উত্তৰঃ(গ) চাইনেপচ্

১১। মগজুৱে কি কাম কৰে?

(ক) ভাৱ আৰু চিন্তা কৰা

(খ) দেহৰ ক্ষমতা ৰক্ষা

(গ) ওপৰৰ আটাইকেইটা

উত্তৰঃ(গ) ওপৰৰ আটাইকেইটা

১২। থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰম’ন প্ৰস্তুত কৰিবৰ বাবে কি প্ৰয়োজন হয়?

(ক) প্ৰটিন

(খ) কেলছিয়াম

(গ) আয়ডিন

উত্তৰঃ(গ) আয়ডিন

১৩। কোনবিধ সঞ্জীৱনী পদাৰ্থয়ে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে?

(ক) এবচাইচিচ্ এচিড

(খ) ইনচুলিন

(গ) অক্সিন

উত্তৰঃ(ক) এবচাইচিচ্ এচিড

১৪। অগ্ন্যাশয় গ্ৰন্থিয়ে কি হৰম’ন নিঃসৰণ কৰে?

(ক) থাইৰ’ক্সিন

(খ) ইনচুলিন

(গ) চাইট’কাইনিন

উত্তৰঃ(খ) ইনচুলিন

১৫। মস্তিকৰ মুখ্য চিন্তা-ভাৱনাৰ অংগটোৰ নাম কি?

(ক) মগজু

(খ) হৃদযন্ত্ৰ

(গ) প্ৰমস্তিস্ক

উত্তৰঃ(গ) প্ৰমস্তিস্ক

১৬। স্নায়ুকোষবোৰ কিহৰে গঠিত?

(ক) স্নায়ুকোষ আৰু স্নায়ুপ্ৰবৰ্ধৰে

(খ) শক্তিৰে

(গ) পেশী আৰু গ্ৰন্থিসমূহে

উত্তৰঃ(ক) স্নায়ুকোষ আৰু স্নায়ুপ্ৰবৰ্ধৰে

১৭। উদ্ভিদৰ এবিধ সঞ্জিৱনী পদাৰ্থৰ নাম কি?

(ক) ইনচুলিন

(খ) চাইট’কাইনিন

(গ)এড্ৰিনেলিন

উত্তৰঃ(খ) চাইট’কাইনিন

১৮। উদ্ভিদ জোপালৈ অক্সিনৰ পোহৰ নপৰা অংশক কি বোলে?

(ক) সালোক সংশ্লেষণ

(খ) পত্ৰহৰিত

(গ) ব্যাপন

উত্তৰঃ(গ) ব্যাপন

১৯। তলৰ কোনবিধ সঞ্জিৱনী পদাৰ্থয়ে উদ্ভিদৰ কাণ্ড বৃদ্ধি হোৱাত সহায় কৰে?

(ক) এবাচাইচিচ্ এচিডে

(খ) জিবাৰেলিন

(গ) এক্সন

উত্তৰঃ(খ) জিবাৰেলিন

২০। স্নায়ুতন্ত্ৰৰ ক্ৰিয়াসমূহ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ(গ) তিনিটা

0
    0
    Your Cart
    Your cart is emptyReturn to Shop