🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 8 | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | MCQs Short Question Answer SEBA School |

Chapter 8

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

১। বংশবৃদ্ধিৰ মূল কাৰ্য কি?

(ক) DNA ৰ প্ৰতিলিপি গঠন

(খ) UNESCO ৰ প্ৰতিলিপি গঠন

(গ) হৰমনৰ প্ৰতিলিপি গঠন

উত্তৰঃ (ক) DNA ৰ প্ৰতিলিপি গঠন

২। কি জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে?

(ক) বহুকোষী জীৱই

(খ) এককোষী জীৱই

(গ) কোষহীন জীৱই

উত্তৰঃ (খ) এককোষী জীৱই

৩। পাউৰুটিত ধৰা ভিলাই বিধৰ নাম কি?

(ক) ৰাইব’জম

(খ) এমিবা

(গ) ৰাইজ’পাচ্

উত্তৰঃ (গ) ৰাইজ’পাচ্

৪। প্ৰজনন অংগিকাবিলাকক কি বুলি কোৱা হয়?

(ক) ৰেণুধেনু

(খ) শেলাই

(খ) ভেঁকুৰ

উত্তৰঃ (ক) ৰেণুধেনু

৫। ৰাইজ’পাচ কৰ পৰা সৃষ্টি হয়?

(ক) ভেঁকুৰৰ পৰা

(খ) ৰেণুধেণুৰ পৰা

(গ) শেলাইৰ পৰা

উত্তৰঃ (খ) ৰেণুধেণুৰ পৰা

৬। চলমান জনন কোষ বিলাকক কি বুলি কোৱা হয?

(ক) স্ত্ৰীজনন কোষ

(খ) পুং জনন কোষ

(গ) এককোষী জীৱ

উত্তৰঃ (খ) পুং জনন কোষ

৭। খাদ্য সঞ্চিত কৰি ৰখা জনন কোষটোক কি বুলি কোৱা হয়?

(ক) স্ত্ৰীজনন কোষ

(খ) পুংজনন কোষ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) স্ত্ৰীজনন কোষ

৮। গুপবীজী উদ্ভিদৰ প্ৰজনন অংগ বিলাক ক’ত অৱস্থিত?

(ক) তাৰ পাতত

(খ) তাৰ পাহিত

(গ) ফুলপাহত

উত্তৰঃ (গ) ফুলপাহত

৯। পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটা অংশ থাকে তাক কি বুলি কোৱা হয়?

(ক) উভয়লিংগী

(খ) পুলিংগ

(গ) স্ত্ৰীলিংগ

উত্তৰঃ (ক) উভয়লিংগী

১০। সাধাৰণতে পৰাগ ৰেণুবোৰ কি বৰণৰ হয়?

(ক) ৰঙা বৰণৰ

(খ) নীলা বৰণৰ

(গ) হালধীয়া বৰণৰ

উত্তৰঃ (গ) হালধীয়া বৰণৰ

১১। ফুলৰ স্ত্ৰীজনন অংগৰ কেইটা অংশ থাকে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

১২। পুংজনন কোষ ক’ত উৎপন্ন হয়?

(ক) পৰাগ ৰেণুৰ ভিতৰত

(খ) পৰাগ ৰেণুৰ বাহিৰত

(গ) ফুলত

উত্তৰঃ (ক) পৰাগ ৰেণুৰ ভিতৰত

১৩। দুইজনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটোক কি বুলি কোৱা হয়?

(ক) যোজন কোষ

(খ) বিয়োজন কোষ

(গ) বহুকোষী কোষ

উত্তৰঃ (ক) যোজন কোষ

১৪। মানুহৰ প্ৰজনন কি প্ৰজনন পদ্ধতিৰে সংঘটিত হয়?

(ক) অযৌন প্ৰজনন

(খ) যৌন প্ৰজনন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) যৌন প্ৰজনন

১৫। অযৌন প্ৰজননৰ মুকুলোদ্দগম সংঘটিত হয়-

(ক) এমিবাত

(খ) ইষ্ট

(গ) প্লাজম’ডিয়ামত

উত্তৰঃ (খ) ইষ্ট

১৬। তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

(ক) ডিম্বাশয়

(খ) জৰায়ু

(গ) শুক্ৰবাহী নলী

উত্তৰঃ (গ) শুক্ৰবাহী নলী

১৭। পৰাগৰেণুত পোৱা হয়-

(ক) বেটুপাত

(খ) ডিম্বক

(গ) পৰাগ ৰেণু

উত্তৰঃ (গ) পৰাগ ৰেণু

১৮। স্ত্ৰীজনন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত?

(ক) পুংজনন নলীৰ দ্বাৰা

(খ) স্ত্ৰীজনন নলীৰ দ্বাৰা

(গ) পুংজনন তন্ত্ৰৰ দ্বাৰা

উত্তৰঃ (খ) স্ত্ৰীজনন নলীৰ দ্বাৰা

১৯। নিষেচন নোহোৱা ডিম্ব কোষটেো প্ৰায় কিমান দিন জীৱত অৱস্থাত থাকে?

(ক) এদিন

(খ) দুদিন

(গ) এমাহ

উত্তৰঃ(ক) এদিন

২০। মানুহৰ দেহৰ প্ৰজননত স্ত্ৰীদেহৰ যোনিপথত পুৰুষ দেহৰ কি সংস্থাপন হয়?

(ক) শুকাণু

(খ) প্ৰষ্টেট গ্ৰন্থি

(গ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ক) শুকাণু

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop