🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 9 | বংশগতি আৰু ক্ৰমবিকাশ | MCQs Short Question Answer SEBA School |

Chapter 9

বংশগতি আৰু ক্ৰমবিকাশ

১। মানুহৰ দেহত কেইযোৰ ক্ৰম’জ’ম থাকে?

(ক) ২২ যোৰ

(খ) ৪৪ যোৰ

(গ) ২৪ যোৰ

উত্তৰঃ (ক) ২২ যোৰ

২। চাৰ্লচ্ ৰবাৰ্ট ডাবউইনে কিমান বছৰ বয়সত সমুদ্ৰ যাত্ৰাৰ সুবিধা পাইছিল?

(ক) ২৫ বছৰ

(খ) ২২ বছৰ

(গ) ৩০ বছৰ

উত্তৰঃ (খ) ২২ বছৰ

৩। সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল-

(ক) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং

(খ) আলু আৰু ঘাঁহৰ শিপা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

৪। বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত-

(ক) এজন চীনা স্কুলীয়া ছাত্ৰ

(খ) এটা চিম্পাঞ্জী

(গ) এটা বেক্টেৰিয়া

উত্তৰঃ (খ) এটা চিম্পাঞ্জী

৫। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত চালিকা শক্তি হিচাপে কোনে কাম কৰে?

(ক) সঞ্জিৱনী পদাৰ্থয়ে

(খ) প্ৰাকৃতিক প্ৰদাৰ্থয়ে

(গ) হৰিৎকণাই

উত্তৰঃ (ক) সঞ্জিৱনী পদাৰ্থয়ে

৬। চাৰ্লচ্ ৰবাৰ্ট ডাৰউইনৰ অধ্যয়ন এটাৰ বিষয়বস্তু কি?

(ক) মাটি সাৰুৱা কৰাত গোবৰৰ ভূমিকা

(খ) মাটি সাৰুৱা কৰাত সাৰৰ ভূমিকা

(গ) মাটি সাৰুৱা কৰাত কেচুঁৰ ভূমিকা

উত্তৰঃ (গ) মাটি সাৰুৱা কৰাত কেচুঁৰ ভূমিকা

৭। বেক্টেৰীয়াৰ কোষত কোষকেন্দ্ৰ-

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নাথাকে

৮। বিৰ্বতনৰ প্ৰথম অৱস্থাত কিছুমান অজৈৱিক পদাৰ্থৰ পৰা কি উৎপত্তি হৈছিল?

(ক) উদ্ভিদৰ

(খ) জীৱৰ

(গ) জড়ৰ

উত্তৰঃ (খ) জীৱৰ

৯। জীৱদেহৰ অৱশিষ্টক কি বুলি কোৱা হয়?

(ক) জৈৱ পদাৰ্থ

(খ) অলাগতিয়াল পদাৰ্থ

(গ) জীৱাশ্ম

উত্তৰঃ (গ) জীৱাশ্ম

১০। জীৱদেহৰ অংগবোৰৰ ভিতৰত চকু এটা অতি-

(ক) জটিল অংগ

(খ) সৰল অংগ

(গ) প্ৰয়োজনীয় অংগ

উত্তৰঃ (ক) জটিল অংগ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop