🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 Geography Chapter 5 | জাপানৰ আঞ্চলিক ভূগোল | MCQs Short Question Answer SEBA School |

Chapter 5

জাপানৰ আঞ্চলিক ভূগোল

১। জাপান আৰু এছিয়া মহাদেশ কি প্ৰান্তত অৱস্থিত?

(ক) পূব প্ৰান্তত

(খ) পশ্চিম প্ৰান্তত

(গ) উত্তৰ প্ৰান্তত

উত্তৰঃ (ক) পূব প্ৰান্তত

২। জাপান দেশ প্ৰশান্ত মহাসাগৰৰ কি অংশত আছে?

(ক) পূব অংশত

(খ) উত্তৰ অংশত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) উত্তৰ অংশত

৩। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্য কিমান নিযুত?

(ক) ১৩৪ নিযুত

(খ) ৭৬৫ নিযুত

(গ) ১২৮ নিযুত

উত্তৰঃ (গ) ১২৮ নিযুত

৪। পৃথিৱীৰ ভিতৰত জাপান জনসংখ্যাৰ ক্ষেত্ৰত কিমান স্থানত পৰে?

(ক) প্ৰথম স্থানত

(খ) তৃতীয় স্থানত

(গ) দশম স্থানত

উত্তৰঃ (গ) দশম স্থানত

৫। জাপানৰ ৰাজধানী কি?

(ক) মেঘালয়

(খ) মিজোৰাম

(গ) টকিঅ

উত্তৰঃ (গ) টকিঅ

৬। জাপানৰ প্ৰধান দ্বীপ কেইটা?

(ক) চাৰিটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (ক) চাৰিটা

৭। হন্ছু দ্বীপৰ মধ্য অংশক কি বোলা হয়?

(ক) মধ্য জাপান

(খ) পৰ্বতশ্ৰেণী

(গ) উত্তৰ-পূব জাপান

উত্তৰঃ (ক) মধ্য জাপান

৮। জাপানৰ প্ৰধান উদ্যোগিক অঞ্চল কেইটা ?

(ক) তিনটা

(খ) পাছটা

(গ) চাৰিটা

উত্তৰঃ (গ) চাৰিটা

৯। সমগ্ৰ পৃথিৱীৰ ভিতৰত ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান কিমান?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) চতুথ

উত্তৰঃ (খ) দ্বিতীয়

১০। জাপানৰ জনমূৰি বাৰ্ষিক ৰাষ্ট্ৰীয় আয় বৰ্তমান কিমান ডলাৰ?

(ক) ৬৩,০০০ ডলাৰ

(খ) ৭৪,০০০ ডলাৰ

(গ) ৩৩,০০০ ডলাৰ

উত্তৰঃ (গ) ৩৩,০০০ ডলাৰ

১১। জাপানৰ প্ৰধান কৃষি শস্য কি?

(ক) ধান

(খ) সৰিয়হ

(গ) মৰাপাট

উত্তৰঃ (ক) ধান

১২। নুনী গছৰ বাবে কোনখন অঞ্চল বিখ্যাত?

(ক) টোছান অঞ্চল

(খ) সীমামূৰীয়া অঞ্চল

(গ) পশ্চিম কান্টো অঞ্চল

উত্তৰঃ (গ) পশ্চিম কান্টো অঞ্চল

১৩। কোনখন অঞ্চলক ধান উৎপন্নকাৰী অঞ্চল বুলিব পৰি?

(ক) হাকুৰিকো অঞ্চল

(খ) সীমামূৰীয়া অঞ্চল

(গ) টোছান অঞ্চল

উত্তৰঃ (ক) হাকুৰিকো অঞ্চল

১৪। কমলা উৎপাদনৰ বাবে কোনখন অঞ্চল বিশেষভাৱে উপযোগী?

(ক) পৰিধীয় অঞ্চল

(খ) টোকাই অঞ্চল

(গ) হাকুৰিকো অঞ্চল

উত্তৰঃ (খ) টোকাই অঞ্চল

১৫। পৰিধীয়া অঞ্চলক কেইটা ভাগত বিভক্ত কৰিব পৰি?

(ক) পাছটা ভাগত

(খ) দুটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (গ) চাৰিটা ভাগত

১৬। কোনখন অঞ্চলৰ বেছিভাগ ঠায় পৰ্বতেৰে ভৰা?

(ক) হিদা অঞ্চল

(খ) টোছান অঞ্চল

(গ) হাকুৰিকো অঞ্চল

উত্তৰঃ (ক) হিদা অঞ্চল

১৭। হ’কাইডো অঞ্চল কেইটা ভাগত ভগাব পৰি?

(ক) এটা ভাগত

(খ) দুটা ভাগত

(গ) তিনিটা ভাগত

উত্তৰঃ (গ) তিনিটা ভাগত

১৮। ঔদ্যোগিক অঞ্চলটোক আন কি নামে জনা যায়?

(ক) কিন্কি উদ্যোগ

(খ) কৃষি উদ্যোগ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) কিন্কি উদ্যোগ

১৯ । নাগোয়া উদ্যোগ অঞ্চলটো জাপানত কি বুলি জনা যায়?

(ক) কিন্কি

(খ) ডেট্ৰইট

(গ) ৰাসায়নিক উদ্যোগ

উত্তৰঃ (খ) ডেট্ৰইট

২০। টকিঅ’ মহানগৰীৰ মুঠ জনসংখ্যা কিমান?

(ক) ৫ কোটিৰো অধিক

(খ) ৭ কোটিৰো অধিক

(গ) ৩ কোটিৰো অধিক

উত্তৰঃ (গ) ৩ কোটিৰো অধিক

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop