🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 7 | মিচিংসকল | MCQs Short Question Answer |

Chapter 7

মিচিংসকল

১। মিচিং অসমৰ জনজাতীয় জনগোষ্ঠীৰ ফালৰ পৰা কিমান নম্বৰত আছে?

ক) প্ৰথম

খ) দ্বিতীয়

গ)  তৃতীয়

উত্তৰঃ খ) দ্বিতীয়


২। মিচিংসকলক কি নামেৰে জনা যায়?

ক) মিৰি

খ) তানি

গ) কৌবাং

উত্তৰঃ ক) মিৰি


৩। পোনপ্ৰথমে মিৰি শব্দৰ প্ৰয়োগ কোনে কৰিছিল?

ক) শ্ৰী শ্ৰী মাধবদেৱে

খ) শ্ৰীমন্ত শংকৰদেৱে

গ) ইয়াৰ এটাও নহয়

উত্তৰঃ খ) শ্ৰীমন্ত শংকৰদেৱে


৪। বহল অৰ্থত মিচিংসকলে নিজকে কি বুলি কৈছিল?

ক) মিৰিখ) তানি

গ) কৌবাং

উত্তৰঃ খ) তানি


৫। বুৰঞ্জীবিদৰ মতে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা কিমান শ শতিকাত হৈছিল?

ক) ৯ শ শতিকাত

খ) ১২শ শতিকাত

গ) ১৫শ শতিকাত

উত্তৰঃ খ) ১২শ শতিকাত


৬। বংশ বা গোত্ৰ কাৰ ফালৰ পৰা কৰা হয়?

ক) শিশুৰ ফালৰ পৰা

খ) মহিলাৰ ফালৰ পৰা

গ) পুৰুষৰ ফালৰ পৰা

উত্তৰঃ গ) পুৰুষৰ ফালৰ পৰা


৭। মিচিং কিহৰ ক্ষেত্ৰত অত্য়ন্ত চহকী?

ক) মাটি

খ) ভাষা

গ) কৃষিৰ

উত্তৰঃ খ) ভাষা

৮। ভৃগুমুনি কাগয়ুঙৰ জন্ম কিমান চনত হয়?

ক) ১৯৩৭

খ) ১৯৩২

গ) ১৯৩৪

উত্তৰঃ খ) ১৯৩২


৯। ভৃগুমুনি কাগয়ুঙৰ ৰচনা কৰা গ্ৰন্থৰ সংখ্য়া কিমান?

ক) ২৪ খন

খ) ২৭ খন

গ) ২৯ খন

উত্তৰঃ খ) ২৭ খন

১০। মহাত্মা গান্ধীৰ নেতৃত্বত ‘অল ইণ্ডিয়া কংগ্ৰেছ কমিটি’ মুম্বাইত বহা হৈছিল?

ক) ১৯৫৬

খ) ১৯৪৬

গ) ১৯৪২

উত্তৰঃ গ) ১৯৪২

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop