Class 3 Niti Mallika Sankardev School | Chapter 1 | ডাক্তৰ মামাৰ কথা | MCQ’s Short Question Answer |

Chapter 1

ডাক্তৰ মামাৰ কথা

(১) বিদ্যালয়ৰ আচাৰ্য-আচচাৰ্যাসকলক বন্ধৰ অভিনন্দন জনাবলৈ কি বিচাৰি অনা হৈছিল?

(১) ডাক্তৰ

(২) ফুল

(৩) কিতাপ

উত্তৰঃ  (২) ফুল

(২) বন্ধৰ অভিনন্দন জনাবলৈ পুৱাতে ফুল বিচাৰি কোন গৈছিল?
(১) ৰহিম
(২) মিন্টু
(৩) সপোন
(৪) নয়ন
উত্তৰঃ (৩) সপোন

(৩) প্ৰধান আচাৰ্যই সপোনক কাৰ সৈতে পৰিচয় কৰাই দিলে।
(১) আচাৰ্য-আচাৰ্যা সকলৰ লগত
(২) অচিনাকি ব্যক্তিজনৰ
(৩) ডাক্তৰ মামা
(৪) বন্ধুৰ
উত্তৰঃ (২) অচিনাকি ব্যক্তিজনৰ

(৪) সপোনটিহ’তে পুনৰ থিয় হৈ কাক নমস্কাৰ জনালে।
(১) ডাক্তৰ মামাক
(২) আচাৰ্য-আচাৰ্যা সকলক
(৩) এটাও নহয়
(৪) গোটেই কেইটা
উত্তৰঃ (১) ডাক্তৰ মামাক

(৫) প্ৰথমতে ডাক্তৰ মামাই কিহৰ বিষয়ে শুনিবলৈ কয়ছিল।
(১) খেলা- ধূলা
(২) পঢা
(৩) ফুৰিবলৈ যোৱা
(৪) শৰীৰৰ কেইটিমান অংগ
উত্তৰঃ (৪) শৰীৰৰ কেইটিমান অংগ

(৬) দাঁত ভালে ৰাখিবলৈ যথেষ্ট পৰিমাণে কি খোৱা উচিত।
(১) চকলেট
(২) গাখীৰ
(৩) ফল-মূল
(৪) শাক-পাচলি
উত্তৰঃ (২) গাখীৰ

(৭)  কি পানী আমাৰ শৰীৰৰ বাবে উপযোগী ।
(১) গৰম পানী
(২) বৰফ
(৩) ঠাণ্ডাৰ পানী
(৪) বিশুদ্ধ পানী
উত্তৰঃ (৪) বিশুদ্ধ পানী

(৮) শৌচাগাৰলৈ যাওঁতে কি ব্যৱহাৰ কৰিব লাগে।
(১) নতুন কাপোৰ
(২) চেণ্ডেল
(৩) মোবাইল
(৪) গোটেই কেইটা
উত্তৰঃ  (২) চেণ্ডেল

(৯) পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত মানুহে কি বেমাৰ আক্ৰান্ত হ’ব পাৰে।
(১) ডায়েৰিয়া
(২) জ্বৰ
(৩) পেট বিষ
(৪) মূৰ বিষ
উত্তৰঃ  (১) ডায়েৰিয়া

(১০) গৰমত শৰীৰৰ পানী অভাৱ দূৰ কৰাৰ লগতে পেট সুস্থ ৰাখিবলৈ কি খাব লাগে।
(১) চকলেট
(২) পেপচি
(৩) বেলৰ চৰবত
(৪) বৰফ আৰু পেপচি
উত্তৰঃ  (৩) বেলৰ চৰবত

(১১) গৰমত কি কাপোৰ ব্যৱহাৰ কৰিব লাগে।
(১) আৰামদায়ক কপাহী কাপোৰ
(২) শাৰী
(৩) চোলা
(৪) মেখেলা-চাদৰ
উত্তৰঃ  (১) আৰামদায়ক কপাহী কাপোৰ

(১২) কপাহী কাপোৰ গৰম দিনত গাৰ কি কাম কৰে।
(১) মানুহ জনৰ দেখাত ভাল দেখা
(২) ঘামচি আৰু খজুৱতি
(৩) গাৰ ঘাম শোষণ আৰু গাৰ ছালখন ভালকৈ ৰখা
(৪) ছালখন সুস্থ ৰখা
উত্তৰঃ  (৩) গাৰ ঘাম শোষণ আৰু গাৰ ছালখন ভালকৈ ৰখা

Type: Pompi Hazarika

0
    0
    Your Cart
    Your cart is emptyReturn to Shop