🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 10 | সময়ৰ সদব্যৱহাৰ | MCQ’s Short Question Answer |

Chapter 10

সময়ৰ সদব্যৱহাৰ

১। বাট্ৰাণ্ড ৰাছেল কোন?

(১) এগৰাকী  শিক্ষক

(২) এগৰাকী ইংৰাজ দাৰ্শনিক আৰু গণিতজ্ঞ

(৩) এগৰাকী ডাক্তৰ

(৪) এটাও নহয়

উত্তৰঃ (২) এগৰাকী ইংৰাজ দাৰ্শনিক আৰু গণিতজ্ঞ

২। এবাৰ বাট্ৰাণ্ড ৰাছেল ক’লৈ যাবলৈ ওলাইছিল?
(১) আমেৰিকা যুক্তৰাষ্ট
(২) লাডাখ
(৩) ত্ৰিপুৰা
(৪) জাপান
উত্তৰঃ (১) আমেৰিকা যুক্তৰাষ্ট

৩। তেওঁ ফুৰিবলৈ যোৱা চহৰখন নাম কি আছিল?
(১) পেৰিছ
(২)কিউবেক
(৩) নিউয়ৰ্ক
(৪) ছিয়েন
উত্তৰঃ (৩) নিউয়ৰ্ক

৪। মই আপোনাক কম সময়ৰ ভিতৰতে নিউয়ৰ্ক চহৰখন ফুৰাম বুলি কোনে কয়ছিল?
(১)  বন্ধুজনে
(২) ছাত্ৰ এজনে
(৩) শিক্ষক এজনে
(৪) কোনে নহয়
উত্তৰঃ (২) ছাত্ৰ এজনে

৫। তেওঁ ছাত্ৰজনক কি কৰা কথা কয়ছিল ।
(১) ফুৰিবলৈ যোৱা কথা
(২) নিজৰ কথা
(৩) পঢা-শুনা কথা
(৪) সময়ৰ সদব্যৱহাৰৰ কথা
উত্তৰঃ (৪) সময়ৰ সদব্যৱহাৰৰ কথা

৬। নিউয়ৰ্ক চহৰখন ক’ত আছে ?
(১) জাপানত
(২) আমেৰিকা যুক্তৰাষ্ট্ৰত
(৩) গুৱাহাটীত
(৪) লাডাখত
উত্তৰঃ (২) আমেৰিকা যুক্তৰাষ্ট্ৰত

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop