Class 3 Niti Mallika Sankardev School | Chapter 11 | হাঁহ আৰু কাছ | MCQ’s Short Question Answer |

Chapter 11

হাঁহ আৰু কাছ

১। কাছটোক কম্বুগ্ৰীৱ বুলি কিয় কোৱা হৈছিল।

(১) দেখিবলৈ সৰু হোৱা কাৰণে

(২) উৰিব নোৱাৰ কাৰণে

(৩) ডিঙিটো দেখিবলৈ শঙ্খৰ হোৱাৰ কাৰণে

(৪) হাঁহ লগত বন্ধুত থকা কাৰণে

উত্তৰঃ (৩) ডিঙিটো দেখিবলৈ শঙ্খৰ হোৱাৰ কাৰণে

২। হাঁহ দুটা নাম কি আছিল।
(১) সংকট আৰু বিকট
(২) কণ আৰু মণ
(৩) কম্বুগ্ৰীৱ আৰু সংকট
(৪) বিকট আৰু কম্বুগ্ৰীৱ
উত্তৰঃ (১) সংকট আৰু বিকট

৩। তেওঁ মাজত কি আছিল?
(১) ককাই- ভাই
(২) চিনাকী
(৩) গভীৰ বন্ধুত
(৪) এটাও নহয়
উত্তৰঃ (৩) গভীৰ বন্ধুত

৪। আবেলি সংকত আৰু বিকট আহি কাঁছটোৰ লগত কি কৰিছিল ।
(১) ফুৰিবলৈ গয়ছিল
(২) সুখ-দুখৰ কথা পাতিছিল
(৩) লাডিত তুলি লৈ গয়ছিল
(৪) আটাইকেইটা
উত্তৰঃ (২) সুখ-দুখৰ কথা পাতিছিল

৫। কাঁছটোৰে তেওঁক কৰ পৰা ক’লৈ নিব কয়ছিল  ।
(১) উজনি পৰা নামনিলৈ
(২) ওখৰ ঠাইলৈ নিব কয়ছিল
(৩) ডৰ ঠাইলৈ
(৪) সৰোবৰৰ পৰা সৰোবৰলৈ
উত্তৰঃ (৪) সৰোবৰৰ পৰা সৰোবৰলৈ

৬। হাঁহ দুটাই কাঁছটোক কেনেকৈ লয় গয়ছিল ।
(১) দৌৰাই
(২) খোজ কঢাই
(৩) লাডিত দৰি
(৪) উৰুৰাই
উত্তৰঃ (৩) লাডিত দৰি

৭। উৰুৱাই নিয়া দৃশ্য দেখি নগৰৰ মানুহবোৰে কি পাইছিল  ।
(১) চিঞৰ-বাখৰ আৰম্ভ কৰিছিল
(২) বৰ ৰং পাইছিল
(৩) হুলস্থল সৃষ্টি কৰিছিল
(৪) এটাও নহয়
উত্তৰঃ (২) বৰ ৰং পাইছিল

৮। পৰিত্ৰান বিপৰিত শব্দ অৰ্থ কি ?
(১) অনভ্যাস
(২) নাস্তিক
(৩) উদ্ধাৰ কৰা
(৪) প্ৰতিকৃল
উত্তৰঃ (৩) উদ্ধাৰ কৰা

৯। কম্বুগ্ৰীৱ শব্দ অৰ্থ কি ?
(১) বহুত ভিতৰত বিশেষ এজন বা এটা
(২) শঙ্খৰ দৰে তিনিটা আঁচ থকা ডিঙি
(৩) বাধা প্ৰদান
(৪) চেষ্টা কৰি পোৱা, আহৰণ কৰি পোৱা

উত্তৰঃ (২) শঙ্খৰ দৰে তিনিটা আঁচ থকা ডিঙি

১০। কাঁছটোৰ নাম কি আছিল ?
(১)  বিকট
(২) কম্বুগ্ৰীৱ
(৩) সংকট
(৪) বাল্যসখা
উত্তৰঃ (২) কম্বুগ্ৰীৱ

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop