🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 12 | ভেঁকুলী আৰু এন্দুৰ | MCQ’s Short Question Answer |

Chapter 12

ভেঁকুলী আৰু এন্দুৰ

১। ভেঁকুলিটোৰে এন্দুৰটোক কি কৰিব কৈছিল ?

(১) গাত খাবতিব কয়ছিল

(২) দুয়োটাই ঠেংত বান্ধি ল’ব কয়ছিল

(৩) বন্ধুতৰ গহাৰ কঠাৰ কয়ছিল

(৪) পানীত ডুবিব কয়ছিল

উত্তৰঃ (২) দুয়োটাই ঠেংত বান্ধি ল’ব কৈছিল

২। নিষ্ঠুৰ কোন আছিল ?
(১) ভেঁকুলী
(২) এন্দুৰ
(৩) ভেঁকুলী আৰু এন্দুৰ
(৪) এটাও নহয়
উত্তৰঃ (১) ভেঁকুলী

৩। পানীত হাবু-ডাবু খাই এন্দুৰ কি হ’ল  ।
(১) মৰি থাকিল
(২) সাতুৰিব দৰিলে
(৩) ডুব গল
(৪) আটাইকেইটা
উত্তৰঃ (১) মৰি থাকিল

৪। এন্দুৰ ডুব যোৱা দেখি ভেঁকুলি কৰিছিল?
(১) দুখ কৰিছিল
(২) নাচিছিল
(৩) বৰ ৰং পাইছিল
(৪) বচাবলৈ চেষ্টা কৰিছিল
উত্তৰঃ (৩) বৰ ৰং পাইছিল

৫। ভেঁকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে ?
(১) চিলনীয়ে
(২) কাউৰীয়ে
(৩) কাঁছই
(৪) মাছে
উত্তৰঃ (১) চিলনীয়ে

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop