Class 3 Niti Mallika Sankardev School | Chapter 13 | দধীচি মুনি | MCQ’s Short Question Answer |

Chapter 13

দধীচি মুনি

১। অসুৰটোৰ নাম কি আছিল?

(১) শঙ্খচূড

(২) বৃত্ৰাসুৰ

(৩) দেবাসুৰ

(৪) নৰকাসুৰ

উত্তৰঃ (২) বৃত্ৰাসুৰ

২। দেৱতাসকল কাৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল?
(১)  মুনি
(২) ব্ৰক্ষাৰ
(৩) অসুৰ
(৪) এটাও নহয়
উত্তৰঃ (৩) অসুৰ

৩। দেৱতাসকলে উপায় বিচাৰি কাৰ ওচৰলৈ গৈছিল?
(১) অসুৰটো ওচৰত
(২) ব্ৰক্ষাৰ ওচৰলৈ
(৩) মুনিৰ ওচৰলৈ
(৪)  আশ্ৰমলৈ
উত্তৰঃ (২) ব্ৰক্ষাৰ ওচৰলৈ

৪। দধীচি মুনিয়ে কোন নদীৰ পাৰত তপস্যা কৰিছিল?
(১) গঈা নদী
(২) দিখৌ নদী
(৩) নামদাং নদী
(৪) সৰস্বতী নদী
উত্তৰঃ (৪) সৰস্বতী নদী

৫। ব্ৰক্ষাৰ ওচৰলৈ উপাই বিছাৰি কোন আহিছিল ?
(১) অসুৰটো
(২) দেবতাসকল
(৩) মুনি
(৪) আটাইকেইটা
উত্তৰঃ (২) দেবতাসকল

৬। অসুৰটোৰ কি আছিল ?
(১) বৰ সাহসী আৰু বলী
(২) খঙাল
(৩) ৰাকহ আৰু অত্যাচাৰি
(৪) শান্ত আৰু দয়ালু
উত্তৰঃ (১) বৰ সাহসী আৰু বলী

৭। বৃত্ৰাসুৰক কিহে বধ কৰিব পাৰি।
(১) বিষ খুৰাই
(২) অস্ত্ৰেৰে
(৩) দধীচি হাডৰে তৈয়াৰ কৰা অস্ত্ৰৰে
(৪) ব্ৰক্ষাৰ সকলে
উত্তৰঃ (৩) দধীচি হাডৰে তৈয়াৰ কৰা অস্ত্ৰৰে

৮। দেবতাসকলে মুনিক কি কয়ছিল?
(১) প্ৰাৰ্থনা কৰিছিল
(২) অসুৰটোৰ কথা কয়ছিল
(৩) অস্ত্ৰৰ বিচাৰিছিল
(৪) দুখ কথা কয়ছিল
উত্তৰঃ (১) প্ৰাৰ্থনা কৰিছিল

৯। মুনি হাডেৰে তৈয়াৰ কৰা অস্ত্ৰবিধৰ নাম কি?
(১) ব্ৰজ্ৰপাত অস্ত্ৰ
(২) মুনি হাড
(৩) ব্ৰক্ষাৰ হাডেৰে তৈয়াৰ কৰা অস্ত্ৰ
(৪) এটাও নহয়
উত্তৰঃ (১) ব্ৰজ্ৰপাত অস্ত্ৰ

১০। বৃত্ৰাসুৰক বধ কৰা পাছত স্বৰ্গলৈ কি আহিল?
(১) অশান্তি
(২) ধংস হ’ল
(৩) স্বৰ্গলৈ শান্তি ঘূৰিল
(৪) এটাও নহয়
উত্তৰঃ (৩) স্বৰ্গলৈ শান্তি ঘূৰিল

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop