🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 3 | মহামানৱ মহাত্মা গান্ধী | MCQ’s Short Question Answer |

Chapter 3

মহামানৱ মহাত্মা গান্ধী

১। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

(১) ১৬৩০ চনৰ ২ অক্টোবৰত

(২) ১৪৯৮ চনৰ ৫ জুন

(৩) ১৮৬৯ চনৰ ২ অক্টোবৰত

(৪)  ১৯২৬ চনৰ ১৪ ফেব্ৰুৱাৰী

উত্তৰঃ (৩) ১৮৬৯ চনৰ ২ অক্টোবৰত

২। মহাত্মা গান্ধী পিতাকৰ নাম কি আছিল?
(১) ইন্দিয়া গান্ধী
(২) কৰমচাঁদ গান্ধী
(৩) মাধৱ দেৱ
(৪) এটাও নহয়
উত্তৰঃ (২) কৰমচাঁদ গান্ধী

৩। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল।
(১) মোহনদাস কৰমচাঁদ গান্ধী
(২) দধীচি
(৩) লাচিত বৰ ফুকন
(৪) সুদামা
উত্তৰঃ (১) মোহনদাস কৰমচাঁদ গান্ধী

৪। গান্ধীজীৰ পিতাকে এটা দুৰ্ঘটনাত আঘাত পোৱাত গান্ধীজীয়ে তেওঁক কি কৰিছিল?
(১) ডাক্তৰ ওচৰলৈ নিচিল
(২) ঔষধ আনি দিছিল
(৩) শুশ্ৰূষা
(৪) গালী দিছিল
উত্তৰঃ (৩) শুশ্ৰূষা

৫। তেওঁ এজন কি ল’ৰা আছিল।
(১) দুষ্ট
(২) সাধাৰণ
(৩) অসৎ
(৪) ভাল
উত্তৰঃ (২) সাধাৰণ

৬। পিতাকে চিঠিখন পঢাৰ পাচত তেওঁৰ কি হৈছিল।
(১) চকুৰে চকুলো বাগৰিছিল
(২) খং উঠিছিল
(৩) বেয়া লাগিছিল
(৪) হাহিঁ উঠিছিল
উত্তৰঃ (১) চকুৰে চকুলো বাগৰিছিল

৭। মহাত্মা গান্ধীৰ মনত সত্যনিষ্ঠা গঢ লৈ উঠাত প্ৰভাৱ পেলোৱা নাটক দুখনৰ নাম কি।
(১) কীৰ্তন  ঘোষা
(২) অংকীয়া নাট আৰু অসমীয়া একাংকিকা নাট
(৩) পিতূভক্তি আৰু বাটৰ নাট
(৪) চোৰ- ধৰা
উত্তৰঃ (৩) পিতূভক্তি আৰু বাটৰ নাট

৮। পিতূভক্তি নাটৰ লেখক কোন আছিল ।
(১) মহাত্মা গান্ধী
(২) শংকৰ দেৱ
(৩) মাধৱ দেৱ
(৪) শ্ৰৱণ কুমাৰৰ
উত্তৰঃ (৪) শ্ৰৱণ কুমাৰৰ

৯। মহাত্মা গান্ধীৰ ক’ত জন্ম হৈছিল
(১) পোৰবন্দত
(২) বৰদোৱাৰ  আলিপুখুৰীত
(৩) নাৰায়ণপুৰ লেতেকুপুখুৰীত
(৪) কলিকতা
উত্তৰঃ (১) পোৰবন্দত

১০। গান্ধীজীৰ মাকৰ নাম কি আছিল।
(১) যশোদা
(২) পুতলীবাঈ
(৩) ইন্দিয়া গান্ধী
(৪) মীৰাবাঈ
উত্তৰঃ  (২) পুতলীবাঈ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop