🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 5 | ৰামৰ বনবাস | MCQ’s Short Question Answer |

Chapter 5

ৰামৰ বনবাস

১। ইক্ষাকু বংশৰ ৰজা কোন আছিল?

(১) ৰুদ্ৰসিংহ

(২) দশৰথ

(৩) চুকাফা

(৪) চুতুফা

উত্তৰঃ (২) দশৰথ

২। তেওঁ কেইগৰাকী ৰাণী আৰু পুত্ৰ আছিল।
(১) দুইগৰাকী ৰাণী তিনিজন পুত্ৰ
(২) চাৰিগৰাকী ৰাণী আৰু দুজন পুত্ৰ
(৩) তিনিগৰাকী ৰাণী আৰু চাৰিজন পুত্ৰ
(৪) এগৰাকী ৰাণী আৰু এজন পুত্ৰ
উত্তৰঃ (৩) তিনিগৰাকী ৰাণী আৰু চাৰিজন পুত্ৰ

৩। কৈকেয়ীৰ পুত্ৰ নাম কি আছিল।
(১) ভৰত
(২) ৰাম
(৩) লক্ষ্মণ
(৪) লক্ষ্মণ আৰু শত্ৰুঘ্ন
উত্তৰঃ (১) ভৰত

৪। অযোধ্যাৰ যুৱৰাজ কাক পাতিছিল।
(১) শত্ৰুঘ্ন
(২) লক্ষ্মণ
(৩) ভৰত
(৪) ৰামচন্দ্ৰ
উত্তৰঃ (৩) ভৰত

৫। কৈকেয়ীয়ে ৰজা পৰা কি বিছাৰিছিল ।
(১) অভিশাপ
(২) বস্ত
(৩) মৰম
(৪) বৰ
উত্তৰঃ (৪) বৰ

৬। ৰাণীয়ে বিছৰা প্ৰথমটো বৰ কি আছিল।
(১) ৰামক চৈধ্য বছৰ বনবাস দিয়া
(২) ভৰতক অযোধ্যাৰ যুৱৰাজ পতা
(৩) ৰামক চৈধ্য বছৰ বনবাস আৰু ভৰতক অযোধ্যাৰ যুৱৰাজ পতা
(৪) এটাও নহয়
উত্তৰঃ (১) ৰামক চৈধ্য বছৰ বনবাস দিয়া

৭। পিতৃবাক্য পালনৰ বাবে ৰামচন্দ্ৰ ক’লৈ যাবলৈ সাজু হ’ল।
(১) অযোধ্যাৰ এৰি
(২) ভিক্ষাৰ সুজিব
(৩) বনবাসলৈ
(৪) কৌশল্যা এৰি
উত্তৰঃ (৩) বনবাসলৈ

৮। দশৰথ ৰাজ্যখনৰ নাম কি?
(১) মণিপুৰ
(২) অযোধ্যা
(৩) বৃন্দাবন
(৪) ত্ৰিপুৰা
উত্তৰঃ (২) অযোধ্যা

৯। ৰামচন্দ্ৰই ৰাজকীয় সাজ-পোছাক সোলোকাই থৈ কি পৰিধান কৰিলে।
(১) বনবাসী
(২) ৰাজকীয় আৰু বনবাসী
(৩) চুৰিয়া
(৪) আটাইকেইটা
উত্তৰঃ (১) বনবাসী   

১০। ৰামচন্দ্ৰ বনলৈ যাবলৈ ওলোৱা দেখি কোন কোন যাবলৈ ওলাল।
(১) পত্নী সীতা আৰু ভাতৃ শত্ৰুঘ্ন
(২) কৈকেয়ীৰ আৰু লক্ষ্মণ
(৩) পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ
(৪) মাতৃ কৌশলা আৰু অযোধ্যা প্ৰজাগণ
উত্তৰঃ (৩) পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop