🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 6 | শিৱাজীৰ দেশভক্তি | MCQ’s Short Question Answer |

Chapter 6

শিৱাজীৰ দেশভক্তি

১। শিৱাজীৰ জন্ম কেতিয়া আৰু কোন ঠাইত হৈছিল।

  (১) ১৪৪৯ চনৰ বৰদোৱাত

(২) ১৬৩০চনত শিনেৰী

(৩ ১৪৮৯ চনত উত্তৰ লখিমপুুৰৰ নাৰায়ণপুৰ

(৪) ১৮৬৪ চনত আহঁতগুৰিত

উত্তৰঃ (২) ১৬৩০চনত শিনেৰী

২। তেওঁৰ পিতৃ নাম কি আছিল ।
(১) মাধৱ দেৱ
(২) দশৰথ
(৩) লক্ষ্মণ
(৪) শাহজী
উত্তৰঃ (৪) শাহজী

৩। শাহজী এজন কি আছিল?
(১) কৃষক
(২) ডাক্তৰ
(৩) সেনাধ্যক্ষ
(৪) ৰজা
উত্তৰঃ (৩) সেনাধ্যক্ষ

৪। বাল্যকালছোৱাত শিৱাজীয়ে মাকৰ সৈতে ক’ত আছিল?
(১) পুনাত
(২) গুজৰাট
(৩) পুনে
(৪) ছিমলা
উত্তৰঃ (১) পুনাত

৫। শিৱাজীয়ে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।
(১) শংকৰ দেৱৰ
(২) দধীচি
(৩) বিদ্বান পণ্ডিতৰ
(৪) মাধৱ  দেৱৰ

উত্তৰঃ (৩) বিদ্বান পণ্ডিতৰ

৬। শিৱাজীয়ে দেউতাকৰ সৈতে ক’লৈ গৈছিল?
(১) দোকানলৈ
(২) বিজাপুৰৰ চুলতানৰ দৰবাৰলৈ
(৩) .বিদ্বান পণ্ডিতৰ ওচৰত
(৪) সৰস্বতী নদীত গৈছিল

উত্তৰঃ (২) বিজাপুৰৰ চুলতানৰ দৰবাৰলৈ

৭। শিৱাজীয়ে কাক হত্যা কৰিছিল।
(১) আহোম সেনাপতি
(২) লাচিত সেনাপতি
(৩) মোগল সেনাপতি
(৪) আহোমৰ ৰজাক
উত্তৰঃ (৩) মোগল সেনাপতি

৮। মোগল ৰজাজনৰ নাম কি আছিল?
(১) আফজলখান
(২) ভাস্কৰ বৰ্মন
(৩) বিশ্ব সিংহ
(৪) মহীৰংগ দান
উত্তৰঃ (১) আফজলখান

৯। কিমান চনত হিন্দুৰাজ্য স্থাপন হৈছিল।
(১) ১৯২০ চনত
(২) ১৮২৬ চনত
(৩) ১৯৪৮ চনত
(৪) ১৬৭৪ চনত
উত্তৰঃ (৪) ১৬৭৪ চনত

১০। শিৱাজীক কি নামেৰে নামকৰণ কৰি ৰাজমুকুট পিন্ধাইছিল।
(১) বডৌচা
(২) ছত্ৰপতি শিৱাজী
(৩) বুঢা ৰজা
(৪) ম্লেচ্ছ
উত্তৰঃ (২) ছত্ৰপতি শিৱাজী

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop