Class 3 Niti Mallika Sankardev School | Chapter 8 | কৃষ্ণভক্তা মীৰাবাঈ | MCQ’s Short Question Answer |

Chapter 8

কৃষ্ণভক্তা মীৰাবাঈ

১। মীৰাবাঈ কি বুলি বিখ্যাত  আছিল?

(১) নাত্যকাৰ

(২) গায়িকা

(৩) গল্পকাৰ

(৪) প্ৰৱচক

উত্তৰঃ (২) গায়িকা

২। তেওঁ জন্ম কিমান চনত আৰু ক’ত হৈছিল।
(১) ১৫১৬ চনত মেৱাৰত
(২) ১৬৩০ চনত শিনেৰী
(৩) ১৪৯৮ চনত মেৰ্টা
(৪) ১৮৬৯ চনত পোৰবন্দত
উত্তৰঃ (৩) ১৪৯৮ চনত মেৰ্টা

৩।  কোন ৰজা সৈতে মীৰাবাঈৰ বিয়া  হৈছিল?
(১) চুকাফা
(২) পুৰন্দৰ সিংহ
(৩) ৰুদ্ৰ সিংহ
(৪) ভোজৰাজৰ
উত্তৰঃ (৪) ভোজৰাজৰ

৪। ভোজৰাজৰ মৃত্যু কিমান চনত হৈছিল?
(১) ১৬৭৪ চনত
(২) ১৯৪৮ চনত
(৩) ১৫২১ চনত
(৪) ১৮৬৯ চনত
উত্তৰঃ (৩) ১৫২১ চনত

৫। মীৰাবাঈৰ হত্যা কৰিবলৈ কি পঠিয়াইছিল।
(১) টুকুৰিত বিষাক্ত সাপ এডাল পঠিয়াইছিল
(২) খোৱা বস্তত বিষ দিছিল
(৩) হত্যা কৰিবলৈ মানুহ পঠিয়াইছিল
(৪) বিষ খাই মৰিবলৈ লয়ছিল
উত্তৰঃ (১) টুকুৰিত বিষাক্ত সাপ এডাল পঠিয়াইছিল

৬। স্বামীগৃহৰ লোকসকলৰ দ্বাৰা পৰিশ্ৰান্ত হৈ ক’ৰ পৰা ক’লৈ উভতি গয়ছিল।
(১)  পোৰবন্দৰ পৰা কলিকতালৈ
(২) ৰাজপ্ৰসাদ পৰা দ্বাৰকালৈ
(৩) মেৱাৰৰ পৰা মেৰ্টালৈ
(৪) অযোধ্যা পৰা বনবাসলৈ
উত্তৰঃ (৩) মেৱাৰৰ পৰা মেৰ্টালৈ

৭। মীৰাবাঈ এগৰাকী কি আছিল।
(১) গায়িকা
(২) ৰাজকুমাৰী
(৩) নৃত্যকা
(৪) ৰাণী
উত্তৰঃ (২) ৰাজকুমাৰী

৮। মীৰাবাঈ পৰিয়ালৰ সকলোকে ত্যাগ কৰি ক’লৈ গুচি গৈছিল।
(১) বৃন্দাবনলৈ
(২) মেৱাৰৰলৈ
(৩) অযোধালৈ
(৪) মেৰ্টালৈ
উত্তৰঃ (১) বৃন্দাবনলৈ

৯। কিমান চনত তেখেতৰ মৃত্যু হৈছিল।
(১) ১৫১৬ চনত
(২) ১৯৪৮ চনত
(৩) ১৫৪৭ চনত
(৪) ১৬৭৪ চনত
উত্তৰঃ (৩) ১৫৪৭ চনত

১০। পৰিশ্ৰান্ত শব্দ অৰ্থ কি ?
(১) ভাগৰুৱা
(২) শক্তিশালী
(৩) অৰ্কিড
(৪) পৰাত্ৰমী
উত্তৰঃ (১) ভাগৰুৱা

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop