🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 9 | ৰামভক্ত মহাবীৰ হনুমান | MCQ’s Short Question Answer |

Chapter 9

ৰামভক্ত মহাবীৰ হনুমান

১। হনুমানৰ পিতৃ নাম কি ?

(১) শংকদেৱ

(২) দধীচি

(৩) বায়ুদেৱতা

(৪) গদাধৰ সিংহ

উত্তৰঃ (৩) বায়ুদেৱতা

২। কাৰ তত্বাৱধানত হনুমান ডাঙৰ-দীঘল হৈছিল।
(১) কেশৰী নামৰ বান্দৰ এটি
(২) অঞ্জনা লগত
(৩) ৰামচন্দ্ৰৰ লগত
(৪) বৃন্দাবনত
উত্তৰঃ (১) কেশৰী নামৰ বান্দৰ এটি

৩। সেই সময়ত লংকা ৰজা কোন আছিল ।
(১) ৰাম
(২) ৰাৱণ
(৩) বায়ুদেৱতা
(৪) এটাও নহয়
উত্তৰঃ (২) ৰাৱণ

৪। শ্ৰীৰাম ভায়েক কোন আছিল ।
(১) ৰাৱণ
(২) কৃষ্ণ
(৩) লক্ষ্মণ
(৪) ভৰত
উত্তৰঃ (৩) লক্ষ্মণ

৫। সীতাদেৱী কোন আছিল?
(১) বায়ুদেৱতা জীয়ৰি
(২) শ্ৰীৰাম পত্নী
(৩) লক্ষ্মণ পত্নী
(৪) আটাইকেইটা
উত্তৰঃ (২) শ্ৰীৰাম পত্নী

৬। হনুমানে শ্ৰীৰামচন্দ্ৰক ক’ত লগ পাইছিল?
(১) বনৰ মাজত
(২) বৃন্দাবনত
(৩) লংকাত
(৪) যুদ্ধত
উত্তৰঃ (১) বনৰ মাজত

৭। ৰাৱণে সীতাক ক’ত বন্দী কৰি থৈছিল ?
(১) দ্বাৰকাত
(২) বনৰ মাজত
(৩) অশোক বনত
(৪)   আশ্ৰমত
উত্তৰঃ (৩) অশোক বনত

৮। লংকা নগৰীত হনুমানক কোনে বন্দী কৰিছিল ।
(১) ৰাৱণে
(২) লক্ষ্মণে
(৩) কেশৰীয়ে
(৪) লংকাৰ ৰাক্ষস সেনাই
উত্তৰঃ (৪) লংকাৰ ৰাক্ষস সেনাই

৯। হনুমানে ঔষধ বিচাৰি নাপাই দাঙি অনা পৰ্বতখনৰ নাম কি আছিল? 
(১) নীলগিৰি পৰ্বত
(২) সাতপুৰা পৰ্বত
(৩) গন্ধমাদন পৰ্বত
(৪) পৃৰ্বঘাট পৰ্বত
উত্তৰঃ (৩) গন্ধমাদন পৰ্বত

১০। পৰিবেষ্টিত শব্দ অৰ্থ কি ?
(১) চাৰিওফালে বেৰি থকা
(২) আগেয়ে নেদেখা নুশুনা
(৩) ৰক্ষণাবেক্ষণ
(৪) উদ্ধাৰ কৰা
উত্তৰঃ (১) চাৰিওফালে বেৰি থকা

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop