🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Assamese SCERT | Chapter 1 |  সবাতোকৈ আপোন | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

সবাতোকৈ আপোন

১। সবাতোকৈ আপোন পাঠটোৰ কবি জনৰ নাম কি?

a) নলিনীবালা দেৱী

b) নৱকান্ত বৰুৱা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) নৱকান্ত বৰুৱা

২। সবাতো শব্দৰ অৰ্থ কি?

a) শুৱলা

b) বৰ ডাঙৰ

c) সকলোতকৈ

উত্তৰঃ c) সকলোতকৈ

৩। নৱকান্ত বৰুৱা কিমান চনত জন্ম হৈছিল?
a)   ১৯২৬
b)   ১৯৪৮
c)    ১৯২৮

উত্তৰঃa)   ১৯২৬

৪। নৱকান্ত বৰুৱাই কি উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
a)  এখুদ ককাইদেউ
b) ককাদেউতাৰ হাড়
c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ ঃb) ককাদেউতাৰ হাড়

৫। নৱকান্ত বৰুৱা কিমান চনত মৃত্যু হৈছিল?
a)  ২০০৮
b) ২০০২
c) ২০১২

উত্তৰঃ b) ২০০২

৬। মহিমা শব্দৰ অৰ্থ কি?
a)  কম বয়সীয়া
b)  ধনী
c)  মাহাত্ম্য

উত্তৰঃc)  মাহাত্ম্য

৭। হ’ব নঞৰ্থক ৰূপ কি?
a)  খেলোঁ
b) নহ’ব  
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ  b) নহ’ব  

৮। আই অন্ত্যধ্বনি মিল থকা শব্দ কি?
a)  চিনাকি
b)  দুখ
c)  চিনাই

উত্তৰঃ c)  চিনাই

৯। কুমলীয়া শব্দৰ অৰ্থ কি?
a) বৰ বহল
b) অপূৰঠ
c)  প্ৰতাপ

উত্তৰঃ b) অপূৰঠ

১০। জগত অন্ত্যধ্বনি মিল থকা শব্দ কি?
a)  কুমলীয়া 
b) লগত
c) চিনাই

উত্তৰ ঃ b) লগত

১১। সুবিশাল শব্দৰ অৰ্থ কি?
 a)  শুৱলা
b)  গৌৰৱ
c)  বৰ ডাঙৰ 

উত্তৰ ঃ c)  বৰ ডাঙৰ

১২। নকৈ মৰিল কোন?
 a) ৰাৱণ 
b) দধীচি
c) জয়মতী

উত্তৰঃc) জয়মতী

১৩। দি মৰিল কোন?
a) জয়মতী
b) দধীচি
c) সূতা
উত্তৰঃb) দধীচি

১৪। নি মৰিল কোন?
a) চচ্মা
b) ৰাৱণ
c) দুৰ্যোধন
 উত্তৰ ঃ b) ৰাৱণ

১৫। নিদি মৰিল কোন?
a) দুৰ্যোধন
b) ৰাৱণ
c) জয়মতী
উত্তৰঃ a) দুৰ্যোধন

১৬। অসম প্ৰকাশন পৰিষদ বঁটা কোনে লাভ কৰিছিল?
a) নৱকান্ত বৰুৱা
b) কৃষ্ণকান্ত সন্দিকৈ
c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ ঃa) নৱকান্ত বৰুৱা

১৭। চহকী শব্দৰ অৰ্থ কি?
a) ধনী
b) মাহাত্ম্য
c) প্ৰতাপ
উত্তৰঃ a) ধনী

১৮। সুৰীয়া অন্ত্যধ্বনি মিল থকা শব্দ কি?
a) দুখ
b) চিনাই
c)  কুমলীয়া

উত্তৰঃ c)  কুমলীয়া

১৯। জানৰ যুৰীয়া শব্দ কি?
a) সুৰীয়া
b) জুৰি
c) জগত

উত্তৰঃb) জুৰি

২০। সুখ অন্ত্যধ্বনি মিল থকা শব্দ কি?
a)  দুখ
b) সুৰীয়া
c) তিৰোতা
উত্তৰ ঃa)  দুখ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop