🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Assamese SCERT | Chapter 14 |  স্কাউট আৰু গাইড | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

 Chapter 14

স্কাউট আৰু গাইড

১। দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিৰ কোনখন নদীৰ বানপানী দৃশ্য দেখা পাইছিল?

a) ভৰলু নদী

b) পুঠিমাৰী নদী

c) কপিলি নদী

উত্তৰঃ b) পুঠিমাৰী নদী

২। দূৰ্লভে সন্ধিয়া বাতৰি চাই থাকোতে কোনখন নদী মথাউৰি ভাঙি গৈছিল?
a) বহ্মপুত্ৰ নদ

 b) পুঠিমাৰী নদী
c) সোণাই নদী
উত্তৰঃ b) পুঠিমাৰী নদী

৩। চৰকাৰী বাহিনীক সহায় কৰা যুৱক যৱতীসকল কোন?
a) স্কাউট আৰু গাইড
b) অনুসন্ধানকাৰী
c) ১ আৰু ২ ভিতৰত এটাও নহয়
উত্তৰঃ a) স্কাউট আৰু গাইড

৪। বাপিড়ীত ৰাইজক সহায়ৰ অৰ্থত কি বিতৰণ কৰিছিল?
a) চাউল, চিৰা আৰু গুৰ
b) ফল-মূল
c) শাক-পাছলি

উত্তৰঃ a) চাউল, চিৰা আৰু গুৰ

৫। বানপানীৰ মাজত আবদ্ধ হৈ থকা লোকক কিহেৰে উদ্ধাৰ কৰিছিল?
a) ভূৰ
b) ফেৰী
c) নাও
উত্তৰঃ c) নাও

৬। যুৱক যুৱতী সকলে কি পোছাক পিন্ধি বানসাহায্য কাম কৰিছিল?
a) নিলা পোছাক, মূৰত টূপী আৰু ডিঙিত স্কাৰ্ফ
b) ডিঙিত স্কাৰ্ফ, নিলা পোছাক আৰু মূৰত টূপী
c) মূৰত টূপী, নিলা পোছাক আৰু ডিঙিত স্কাৰ্ফ
উত্তৰঃ a) নিলা পোছাক, মূৰত টূপী আৰু ডিঙিত স্কাৰ্ফ

৭। স্কাউট আৰু গাইড প্ৰধানকই কেইটা ভাগত ভাগ কৰিব পাৰি?
a) ২ টা
b) ৩ টা
c) ৮ টা
উত্তৰঃ b) ৩ টা

৮। স্কাউট আৰু গাইডত থকা একেবাৰে নিম্ন স্তৰটো কি?
a) প্ৰিয়ম স্তৰ
b) বুলবুল আৰু কাব
c) অৰুণ স্তৰ
উত্তৰঃ b) বুলবুল আৰু কাব

৯। স্কাউট আৰু গাইড একেবাৰে উচ্চপৰ্যায়ত থকা ল’ৰা গোটতোক কি বোলে?
a) ৰোভাৰ
b) ৰেঞ্জাৰ
c) বুলবুল
উত্তৰঃ a) ৰোভাৰ

১০। ৰাষ্ট্ৰিয় শিক্ষাৰ্থী বাহিনীক চমুকৈ কি বোলে?
a) মো-হো-হো
b) এল-চি-চি
c) এন-চি-চি
উত্তৰঃ c) এন-চি-চি

১১। স্কাউট সংগঠনৰ জন্মদাতা কোন?
a) উয়েডেন পাল
b) পাৱেল বেডেন
c) বেডেন পাৱেল
উত্তৰঃ c) বেডেন পাৱেল

১২। গাইডৰ সংগঠনৰ জন্ম দাতা কোন?
a) এলবাছ
b) এগনেচ বেডেন পাৱেল
c) হাৱাদ দেনিচন মোমিন
উত্তৰঃ b) এগনেচ বেডেন পাৱেল

১৩। বানান লিখোতে কিহৰ সহায় ল’ব লাগে?
a) ডিচনাৰি
b) অভিধান
c) সহাৰিকা
উত্তৰঃ b) অভিধান

১৪। জননী জন্মভূমিৰ প্ৰতিজন মানুহৰ কি থকা উচিত?
a) বন্ধুত্ব
b) আনুগত্য
c) একতা
উত্তৰঃ b) আনুগত্য

১৫। কি গুণে মানুহক মহান কৰে?
a) দয়া
b) পৰোপকাৰ
c) সাধুতা
উত্তৰঃ  c) সাধুতা

১৬। ন্যায় বিপৰীত অৰ্থ কি?
a) অন্যায়
b) সৎচৰিত্ৰ
c) বিনাশ
উত্তৰঃ a) অন্যায়

১৭। হস্ত-শিল্প শব্দৰ অৰ্থ কি?
a) বিপদেৰে ভৰা
b) মাটিৰ-শিল্প
c) কুটীৰ-শিল্প
উত্তৰঃ c) কুটীৰ-শিল্প

১৮। স্কাউট আৰু গাইডৰ কেইটামান নীতি-নিয়ম হৈছে?
a) সাধুতা, বন্ধুত্ব, জীৱ-জন্তুৰ প্ৰতি দয়া
b) হিংসাত্মক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) সাধুতা, বন্ধুত্ব, জীৱ-জন্তুৰ প্ৰতি দয়া

১৯। দৰ্শনাৰ দেউতাক কোনটোশ্ৰেণীত স্কাউট আৰু গাইডৰ আছিল?
a)  নৱম শ্ৰেণী
b) দশম শ্ৰেণী                 
c) একাদশ শ্ৰেণী
উত্তৰঃ b) দশম শ্ৰেণী                 

২০। আনুগত্য শব্দৰ অৰ্থ কি?
a) আলাই আথনি
b) নিয়ম নমনা
c) বাধ্য হৈ থকা অৱস্থা
উত্তৰঃ c) বাধ্য হৈ থকা অৱস্থা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop