🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Assamese SCERT | Chapter 15 | মহো-হো গীত  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

 Chapter 15

মহো-হো গীত

১। মাইৰবা অসমীয়া শব্দ কি?

a) হিদল

b) মাৰিবলৈ

c) ভাল 

উত্তৰঃ b) মাৰিবলৈ

২। লৰি-চৰি যাওঁতে কি পাইছিল?
a) সোণাৰ কড়ি
b) চাউল কড়ি
c) দিলাক কড়ি
উত্তৰঃ a) সোণাৰ কড়ি

৩। মহ মাইৰবা কি লউ?
a) সোণাৰ
b) নুণ
c) টকান
উত্তৰঃ c) টকান

৪। টকান মান্য অসমীয়া ৰূপটো কি?
a) সোণাৰ
b) টাঙোন
c) মাৰিবলৈ
উত্তৰঃ b) টাঙোন

৫। মাকোক কি বিভক্তি?
a) ক্ৰিয়া বিভক্তি
b) অব্যয়
c) বিশেষণ
উত্তৰঃ a) ক্ৰিয়া বিভক্তি

৬। টেপৰত বিভক্তি কি?
a) ক্ৰিয়া বিভক্তি
b) বিশেষ্য
c) নাম বিভক্তি
উত্তৰঃ c) নাম বিভক্তি

৭। দিলাক মান্য অসমীয়া ৰূপটো কি?
a) লোণ
b) দিলে
c) কৰিলে

উত্তৰঃ b) দিলে

৮। বুঢ়াদিয়াৰ বিভক্তি কি?
a) ক্ৰিয়া বিভক্তি
b) নাম বিভক্তি
c) সৰ্বনাম
উত্তৰঃ a) ক্ৰিয়া বিভক্তি

৯। মাকোক মান্য অসমীয়া ৰূপটো কি?
a) গছত
b) মাকক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) মাকক

১০। সোণাৰ বিভক্তি কি?
a) ক্ৰিয়া বিভক্তি
b) নাম বিভক্তি
c) বিশেষণ
উত্তৰঃ a) ক্ৰিয়া বিভক্তি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop