🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Science | Chapter 10 | জীৱৰ শ্বাস – প্ৰশ্বাস | MCQs Short Question And Answer |

Chapter 10

জীৱৰ শ্বাস – প্ৰশ্বাস

১। সকলোবিলাক জীৱ ক্ষ্দ্ৰ আণু বীক্ষণিক বোৰক কি বোলে?

(ক) অম্ল

(খ) কোষ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কোষ

২। কোষত থকা খাদ্য়বস্তু ভাঙি শক্তি নিৰ্গত হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) কোষৰ খাদ্য় গ্ৰহণ

(খ) কোষৰ শ্বসন

(গ)কোষৰ বিকিৰণ

উত্তৰঃ (খ) কোষৰ শ্বসন

৩। অক্সিজেন ব্য়ৱহাৰ কৰি যেতিয়া গ্লুক’জ ভাঙে তেতিয়া তাক কি বোলে?

(ক) কোষ

(খ) সবাত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) সবাত

৪। বায়বীয় শ্বসনৰ আন এটা নাম কি?

(ক) উশাহ

(খ) কোষ

(গ)সবাত

উত্তৰঃ (গ)সবাত

৫। অক্সিজেন ব্য়ৱহাৰ নকৰাকৈ খাদ্য়বস্তুবোৰ ভাঙোন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) বায়বীয় শ্বসন

(খ) অবাত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অবাত

৬। অবাতৰ আন এটা নাম কি?

(ক) আবায়ৱীয় শ্বসন

(খ) আদ্ৰতা

(গ)অম্ল

উত্তৰঃ (ক) আবায়ৱীয় শ্বসন

৭। কিছুমান জীৱই বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে তেনেকুৱা জীৱক কি বোলে?

(ক) স্বপোষী জীৱ

(খ) পৰপোষী জীৱ

(গ)অবাত জীৱ

উত্তৰঃ (গ)অবাত জীৱ

৮। ইষ্ট কি?

(ক) পৰপোষী জীৱ

(খ) এককোষী জীৱ

(গ)স্বপোষী জীৱ

উত্তৰঃ (খ) এককোষী জীৱ

৯। ইষ্টই শ্বাস লোৱা প্ৰক্ৰিয়াটোত কি উৎপন্ন হয়?

(ক) প্ৰ’টিন

(খ) হিউমাছ

(গ)এলক’হল

উত্তৰঃ (গ)এলক’হল

১০। গ্লুক’জ ভাঙিলে কি এছিড প্ৰস্তুত হয়?

(ক) এলক’হল

(খ) গলন

(গ)লেকটিক

উত্তৰঃ (গ)লেকটিক

১১। লেকটিক এছিড জমা হৈ কি সৃষ্টি হয়?

(ক) সিৰামূৰি

(খ) অম্ল

(গ)ক্ষাৰক

উত্তৰঃ (ক) সিৰামূৰি

১২। শৰীৰৰ পৰা বায়ু বাহিৰ কৰি দিয়াক কি বোলে?

(ক) উশাহ

(খ) নিশাহ

(গ)অক্সিজেন

উত্তৰঃ (খ) নিশাহ

১৩। এজন মানুহে এক মিনিটত যিমান বাৰ উশাহ-নিশাহ লয় তাক কি বোলে?

(ক) উশাহ-নিশাহৰ হাৰ

(খ) অক্সিজেন হাৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) উশাহ-নিশাহৰ হাৰ

১৪। বয়স্ক মানুহে জিৰণিৰ অৱস্থাক গড় হিচাপে কিমান বাৰ উশাহ-নিশাহ লয়?

(ক) ৫-৭

(খ) ১৫-১৮

(গ)৯০-১০০

উত্তৰঃ (খ) ১৫-১৮

১৫। ব্য়ায়ামৰ সময়ত প্ৰতি মিনিটত উশাহ-নিশাহ বাৰ কিমান বাৰলৈ বৃদ্ধি হয়?

(ক) ১৫

(খ) ৫৫

(গ)২৫

উত্তৰঃ (গ)২৫

১৬। বায়ু আমি কিহৰ সহায়ত গ্ৰহণ কৰো?

(ক) ছালৰ সহায়ত

(খ) নাসাৰন্ধ্ৰৰ সহায়ত

(গ)নোমৰ সহায়ত

উত্তৰঃ (খ) নাসাৰন্ধ্ৰৰ সহায়ত

১৭। বক্ষ গহবৰত ক’ত থাকে?

(ক) নাসাৰন্ধ্ৰত

(খ) হাওঁফাওঁত

(গ)হাতত

উত্তৰঃ (খ) হাওঁফাওঁত

১৮। বক্ষ গহবৰৰ তলিখন এখন ডাঙৰ পেশীযুক্ত পৰ্দাৰে গঠিত, ইয়াক কি বোলে?  

(ক) ছেদক

(খ) ক্ষাৰক

(গ)মধ্য়চ্ছদা

উত্তৰঃ (গ)মধ্য়চ্ছদা

১৯। ধূমপানৰ লগত কি ৰোগৰ সম্বন্ধ আছে?

(ক) বেৰিবেৰি

(খ) কৰ্কট

(গ)স্কাৰ্ভি

উত্তৰঃ (খ) কৰ্কট

২০। কিহে খাদ্য়ৰ পৰা শক্তি নিৰ্গত কৰে?

(ক) ক্ষাৰকে

(খ) শ্বসনে

(গ)ছেদকে

উত্তৰঃ (খ) শ্বসনে

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop