🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 Social Science | Chapter 2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 2

পৃথিৱীৰ অভ্যন্তৰ ভাগ

১) উৎপত্তি অনুয়াযী শিলক কেইটা ভাগত ভগাব পাৰি

৩  

Answer: ৩ 

২) পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান কি?
মাটি।
বায়ু
শিল।
Answer: বায়ু

৩)  সকলো প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰ আবাসস্থালী কি?
ভূত্বক।
পানী।
হিউমাছ।
Answer: ভূত্বক

৪) ঘৰ বান্ধিবলৈ ব্যৱহাৰ কৰা ইটা ক’ৰ পৰা তৈয়াৰ কৰে?
বোকা বা আলতীয়া মাটিৰ পৰা।
গ্ৰেনাইট শিলৰ পৰা।
বালিশিলৰ পৰা।
Answer: বোকা বা আলতীয়া মাটিৰ পৰা।
৫) ভূত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলত কি শিলেৰে গঠিত?

    গ্ৰেব’ জাতীয় শিলেৰে।
    নিছ জাতীয় শিলেৰে।
    বেছল্ট জাতীয় শিলেৰে।
Answer: বেছল্ট জাতীয় শিলেৰে।

৬) কেন্দ্ৰমণ্ডল স্তৰটো কিমান কিল’মিটাৰ ডাঠ?
৪০০ কিল’মিটাৰ ডাঠ।
৫,৬০৬ কিল’মিটাৰ ডাঠ।
৩,৪৮৬ কিল’মিটাৰ ডাঠ।
Answer: ৩,৪৮৬ কিল’মিটাৰ ডাঠ।

৭) ভূত্বকৰ গভীৰতা কিমান কিল’মিটাৰ?
৫০ কিল’মিটাৰ।
৭৬ কিল’মিটাৰ।
২০ কিল’মিটাৰ।

Answer: ২০ কিল’মিটাৰ।

৮) মণিকসমূহ আবৃত আৰু অনাবৃত দুয়ো অৱস্থাতে পোৱা যায়।
হয়
নহয়।
Answer:  হয়

৯) মাটি ক’ৰ পৰা উৎপত্তি হয়?
পানী।
বায়ু
শিল।
Answer: শিল।

১০) আবৃত মণিকসমূহ ক’ত পোৱা যায়?
মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়।
বোকা মাটিৰ তলত।
বালি মাটিৰ ওপৰত।
Answer:
 মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়।

৫) ভূত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলত কি শিলেৰে গঠিত?

(ক) গ্ৰেব’ জাতীয় শিলেৰে।

(খ) নিছ জাতীয় শিলেৰে।

(গ)বেছল্ট জাতীয় শিলেৰে।

উত্তৰঃ (গ)বেছল্ট জাতীয় শিলেৰে।

৬) কেন্দ্ৰমণ্ডল স্তৰটো কিমান কিল’মিটাৰ ডাঠ?

(ক) ৪০০ কিল’মিটাৰ ডাঠ।

(খ) ৫,৬০৬ কিল’মিটাৰ ডাঠ।

(গ)৩,৪৮৬ কিল’মিটাৰ ডাঠ।

উত্তৰঃ(গ)৩,৪৮৬ কিল’মিটাৰ ডাঠ।

৭) ভূত্বকৰ গভীৰতা কিমান কিল’মিটাৰ?

(ক) ৫০ কিল’মিটাৰ।

(খ) ৭৬ কিল’মিটাৰ।

(গ)২০ কিল’মিটাৰ।

উত্তৰঃ(গ)২০ কিল’মিটাৰ।

৮) মণিকসমূহ আবৃত আৰু অনাবৃত দুয়ো অৱস্থাতে পোৱা যায়।

(ক) হয়

(খ) নহয়।

উত্তৰঃ(ক) হয়

৯) মাটি ক’ৰ পৰা উৎপত্তি হয়?

(ক) পানী।

(খ) বায়ু

(গ)শিল।

উত্তৰঃ(গ)শিল।

১০) আবৃত মণিকসমূহ ক’ত পোৱা যায়?

(ক) মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়।

(খ) বোকা মাটিৰ তলত।

(গ)বালি মাটিৰ ওপৰত।

উত্তৰঃ(ক) মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়।

১১) ৰূপান্তৰিত শিল কোন দুবিধ শিলৰ পৰা সৃষ্টি হয়? 

 শ্লেট আৰু মাৰ্বল শিল পৰা।

আগ্নেয় আৰু গেদীয় শিলৰ পৰা।

কংলোমাৰেট আৰু চিষ্ট শিলৰ পৰা।

Answer: আগ্নেয় আৰু গেদীয় শিলৰ পৰা।

১২) আগ্নেয় শিল প্ৰথমে সৃষ্টি হয় বাবে ইয়াক কি বুলি কয়?

অন্তৰ্ভেদি আগ্নেয় শিল।

বৰ্হিভেদী আগ্নেয় শিল।

প্ৰাথমিক শিল।

Answer: প্ৰাথমিক শিল।

১৩) পৃথিৱীখনৰ ব্যাসাৰ্ধ কিমান?

৫,৮৯০ মিটাৰ।

৯০ চেন্টিমিটাৰ।

৬,৩৭৮ কিল’মিটাৰ।

Answer: ৬,৩৭৮ কিল’মিটাৰ।

১৪) পৃথিৱীৰ খোলা কেইটাৰ প্ৰতি ভাগক কি বোলে?

ফলক।

শিল।

দস্তা।

Answer: ফলক।

১৫) দ্বিজনন প্ৰক্ৰিয়া কাক বোলে?

গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া বোলে।

শিল গঠনকাৰী মণিকক দ্বিজনন প্ৰক্ৰিয়া বোলে।

আকৰ গঠনকাৰী মণিকক দ্বিজনন প্ৰক্ৰিয়া বোলে।

Answer: গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া বোলে।

১৬) পৃথিৱীখন প্ৰায় কিমান বছৰ আগতে সৃষ্টি হৈছিল?

৫০০০ বছৰ আগতে।

৪৫০ কোটি বছৰ আগতে।

৯০০ বছৰ আগতে।

Answer: ৪৫০ কোটি বছৰ আগতে।

১৭) শিলৰ স্তৰটোক কি বুলি কোৱা হয়?

বাযুমণ্ডল।

মণিক।

শিলামণ্ডল।

Answer : শিলামণ্ডল।

১৮) হিমালয় পৰ্বতত থকা শিলাখণ্ড কি?

 ৰূপান্তৰিত শিল।

প্ৰাথমিক শিল।

গেদীয় শিল।

Answer: গেদীয় শিল।

১৯) মণিকবোৰ ভূত্বকৰ কোনটো অংশত পোৱা যায়?

মণিকবোৰ ভূত্বকৰ গোটেই খোলাটেই পোৱা যায়।

ভূত্বকৰ ওপৰৰ অংশত পোৱা যায়।

ভূত্বকৰ তলত পোৱা যায়।

Answer: মণিকবোৰ ভূত্বকৰ গোটেই খোলাটেই পোৱা যায়।

২০) মণিকবোৰ  সাধাৰণতে কি পদাৰ্থ?

কঠিন।

জুলীয়া।

কোমল।

Answer: কঠিন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop