Class 9 General Science | Chapter 12 | শব্দ | MCQs Short Question Answer |

Chapter 12

শব্দ

১) বিভিন্ন বস্তু কিহৰ বাবে শব্দ উৎপত্তি হয় ?

(ক) শক্তি

(খ) কম্পনৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) শক্তি

২) কিহত শব্দৰ সঞ্চালন নহয় ?

(ক) শূন্যত

(খ) শক্তিত

(গ) কম্পনত

উত্তৰঃ (ক)শূন্যত

৩) কিহৰ বাহ্যি্ক অংশক কৰ্ণপালি বোলে ?

(ক) চকুৰ

(খ) কাণৰ

(গ) ণাকৰ

উত্তৰঃ (খ) কাণৰ

৪) শব্দ এবিধ কি ?

(ক)যান্ত্ৰিক তৰংগ

(খ)আধুনিক যান্ত্ৰিক

(গ)এটাও নহয়

উত্তৰঃ (ক)যান্ত্ৰিক তৰংগ

৫) শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো কি ?

(ক)শক্তি

(খ)কম্পন

(গ)বায়ু

উত্তৰঃ (গ)বায়ু

৬) কি বস্তুৱে শব্দৰ সৃষ্টি কৰে ?

(ক) কম্পনৰ

(খ) স্পন্দনশীল

(গ) ওপৰৰ দুইটা শুদ্ধ

উত্তৰঃ (খ)স্পন্দনশীল

৭) কম্পন কি ?

(ক) কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা -পিঠা হৈ থকা এবিধ গতি

(খ) কম্পন হৈছে মানুহৰ মাত

(গ) কম্পন হৈছে চৰাই চিৰিকতিৰ মাত

উত্তৰঃ (ক) কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা -পিঠা হৈ থকা এবিধ গতি

৮) হেনৰিছ ৰুডলফ্ হাৰ্টজৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৮৫৫ চনত

(খ) ১৮৫৬ চনত

(গ) ১৮৫৭ চনত

উত্তৰঃ (গ) ১৮৫৭ চনত

৯) তেওঁ কোনখন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল 

(ক) মৰিগাঁও বিশ্ববিদ্যালয়ত

(খ) গুৱাহাটি বিশ্ববিদ্যালয়ত

(গ) বাৰ্লিন বিশ্ববিদ্যালয়ত

উত্তৰঃ (গ) বাৰ্লিন বিশ্ববিদ্যালয়ত

১০)  ভৌতিক মাধ্যমৰ মাজেৰে শব্দ কি ৰূপত সঞ্চালিত হয় ?

(ক) অনুদৈঘ্য তৰংগৰ

(খ) যান্ত্ৰিক তৰংগৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) অনুদৈঘ্য তৰংগৰ

১১) মাধ্যমৰ অনুত্ৰুমিক সংকোচন আৰু তনূভৱন হিচাপে কি সঞ্চালিত হয় ?

(ক) শক্তি

(খ) শব্দ

(গ) বস্তু

উত্তৰঃ (খ) শব্দ

১২) মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ কিমানৰ পৰা কিমানলৈ ?

(ক) 10 হাৰ্জাৰৰ পৰা 10,000হাৰ্জাৰ

(খ) 20 হাৰ্জাৰৰ পৰা 30,000 হাৰ্জাৰ

(গ) 20 হাৰ্জাৰৰ পৰা 20,000 হাৰ্জৰ

উত্তৰঃ (গ) 20 হাৰ্জাৰৰ পৰা 20,000 হাৰ্জৰ

১৩) কাণেৰে কম শুনা ব্যক্তিক কিহৰ সহায়ক যন্ত্ৰৰ প্ৰয়োজন হয় ?

(ক) শ্ৰৱণ যন্ত্ৰ

(খ) তৰাংগ যন্ত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) শ্ৰৱণ যন্ত্ৰ

১৪) কি সহায়ৰ যন্ত্ৰ হৈছে বেটেৰী চালিত এবিধ ইলেকট্ৰনিক সঁজুলি ?

(ক) তৰাংগ যন্ত্ৰ

(খ) শ্ৰৱণ যন্ত্ৰ

(গ) আধুনিক যন্ত্ৰ

উত্তৰঃ (খ) শ্ৰৱণ যন্ত্ৰ

১৫) কণাবিলাক থূপ খোৱা অঞ্চলবোৰ কি অঞ্চল  ?  

(ক) ভৈয়াম অঞ্চল

(খ) পাহাৰ অঞ্চল

(গ) সংকোচন অঞ্চল

উত্তৰঃ (গ) সংকোচন অঞ্চল

১৬) এটা কম্পনাংকৰ শব্দক কি বোলে ?

(ক) স্বৰ

(খ) তৰংগ

(গ) অনুদৈৰ্ঘ্য

উত্তৰঃ (ক) স্বৰ

১৭) মাধ্যমৰ মাজেৰে শব্দ সীমিত কিহেৰে সঞ্চালিত হয় ?

(ক) দ্ৰুতিৰে

(খ) বেগেৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) দ্ৰুতিৰে

১৮) কি শব্দ এটাই গুণ উচ্চ বুলি কোৱা হয় ?

(ক) বিস্তাৰ

(খ) শুৱলা

(গ) কম্পনা

উত্তৰঃ (খ) শুৱলা

১৯) শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনক কি বুলি কোৱা হয় ?

(ক) অমুৰণন

(খ) প্ৰবাল্য

(গ) অৱশব্দ

উত্তৰঃ (ক) অমুৰণন

0
    0
    Your Cart
    Your cart is emptyReturn to Shop