🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Logic & Philosophy Chapter 7 । নীতিবিদ্যা | MCQs Short Question And Answer |

   Chapter 7                                                  

নীতিবিদ্যা

১) নীতিবিদ্যা শব্দটো ইংৰাজী প্ৰতিশব্দটো কি ?

ক) ‘ Ethics’

খ) ‘ Ethica’

গ) ‘ Ethos’

উত্তৰঃ ক) ‘ Ethics’

২) ‘Moral’ শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে?

ক) Moral

খ) Mores

গ) Mack

উত্তৰঃ খ) Mores

৩) আচৰণ কিহৰ ওপৰত নিৰ্ভৰশীল ?

ক) ধাৰণা

খ) আকাৰ

গ) চৰিত্ৰ

উত্তৰঃ গ) চৰিত্ৰ

৪) নীতিশাস্ত্ৰ একপ্ৰকাৰৰ কি ?

ক) আদৰ্শনিষ্ঠ বিজ্ঞান

খ) যুক্তিনিষ্ঠ জ্ঞান

গ) বিজ্ঞান

উত্তৰঃ গ) বিজ্ঞান

৫) বিজ্ঞান কেইপ্ৰকাৰৰ ?

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৬) নীতিবিদ্যাৰ আদৰ্শ কি ?

ক) সত্যতা

খ) জ্ঞান

গ) পৰম কল্যাণ

উত্তৰঃ গ) পৰম কল্যাণ

৭)নৈতিক গুণ অনুসৰি মানুহৰ আচৰণক আৰু কামবোৰক কেইটা ভাগত ভাগ কৰা হয় ?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৮) ঐচ্ছিক ক্ৰিয়াৰ বিশ্লেষণ কৰোঁতে কেইটা পৰ্যায় পোৱা যায়?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা

৯) ভাবজ ক্ৰিয়া একপ্ৰকাৰৰ কি ক্ৰিয়া?

ক) নৈতিক ক্ৰিযা

খ) সহজাত ক্ৰিয়া

গ) অনৈতিক ক্ৰিয়া

উত্তৰঃ গ) অনৈতিক ক্ৰিয়া

১০) নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু কি?

ক) অনুসন্ধান

খ) অভিপ্ৰায়

গ) অনুসৰণ

উত্তৰঃ খ) অভিপ্ৰায়

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop