🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Logic & Philosophy Chapter 8 । ধৰ্ম| MCQs Short Question And Answer |

Chapter 8

 ধৰ্ম

১)” Religion” শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?

ক) Religare

খ) Religion

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) Religare

২) “Religare” শব্দৰ অৰ্থ কি?

ক) ধৰ্ম

খ) জ্ঞান

গ) বন্ধন

উত্তৰঃ গ) বন্ধন

৩) ধৰ্মৰ কেইটা বৈশিষ্ট্য আছে?

ক) দুটা

খ) তিনিটা

গ) চাৰিটা

উত্তৰঃ গ) চাৰিটা

৪) ধৰ্মৰ প্ৰকৃতি কেইধৰণৰ?

ক) এক ধৰণৰ

খ) দুই ধৰণৰ

গ) তিনিধৰণৰ

উত্তৰঃ খ) দুই ধৰণৰ

৫) ধৰ্ম কিহৰ কেন্দ্ৰীক?

ক) মানৱ

খ) নীতি

গ) ঈশ্বৰ

উত্তৰঃ গ) ঈশ্বৰ

৬) নীতি কিহৰ কেন্দ্ৰীক?

ক) ঈশ্বৰ

খ) মানৱ

গ) নীতি

উত্তৰঃ খ) মানৱ

৭) ধৰ্ম কিহৰ উৎস?

ক) নীতি

খ) জ্ঞান

গ) সত্যতা

উত্তৰঃ ক) নীতি

৮) নৈতিকতা এবিধ কেনেধৰণ অভিজ্ঞতা?

ক) অৱেগমুক্ত

খ) আৱেগযুক্ত

গ) আদৰ্শগত

উত্তৰঃ ক) অৱেগমুক্ত

৯) নীতিৰ শেষ পৰিনতি ক’ত?

ক) জ্ঞান

খ) আদৰ্শ

গ) ধৰ্ম

উত্তৰঃ গ) ধৰ্ম

১০) কাণ্টৰ মতে সততা আৰু সজগুণ কাৰ সগত জড়িত ?

ক) কষ্ট

খ) দোষ

গ) আনন্দ

উত্তৰঃ গ) আনন্দ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop