🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 ৰামায়ণ সাধু Sankardev School | অযোধ্যাত ৰামৰ ৰাজ্যভিষেক | Chapter 27 | অধ্য়ায় ২৭ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 27

অযোধ্যাত ৰামৰ ৰাজ্যভিষেক

অনুশীলনীঃ

(১) অযোধ্যাবাসীয়ে ৰামক কিয় স্বাগতম জনাইছিল ?
উত্তৰঃ
ৰামে চৈধ্য বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি অহা বাবে অযোধ্যাবাসীয়ে ৰামক স্বাগতম জনাইছিল।

(২) ৰামে বিমাতা কৈকেয়ীক কেনে ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ
ৰামে বিমাতা কৈকেয়ীক বিমানৰ পৰা নামি সেৱা আৰু সন্মান কৰিছিল।

(৩) সীতাই হনুমানক হীৰাৰ হাৰ কিয় দিছিল ?
উত্তৰঃ
সীতাই হনুমানক হীৰাৰ হাৰ দিয়া কাৰণ হনুমানে যুদ্ধৰত সহায় কৰা বাবে হীৰাৰ হাৰ উপহাৰ দিছিল।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop