🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 ৰামায়ণ সাধু Sankardev School | বীৰ লৱ-কুশ | Chapter 28 | অধ্য়ায় ২৮ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 28

বীৰ লৱ-কুশ

অনুশীলনীঃ

(১) নিম্নলিখিত পশ্নবোৰৰ শুদ্ধ উত্তৰ বাচি উলিওৱা
ৰামে সীতাক ত্যাগ কৰিলে কাৰণ-
(ক) তেওঁ সীতাক ঘিণ কৰিছিল।
(খ) তেওঁ কলঙ্কত ভয় কৰিছিল।
(গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল।

উত্তৰঃ (গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল।

(২) সীতাক বনত কোনে আশ্ৰয় দিছিল ?
উত্তৰঃ
সীতাক বনত বাল্মীকিয়ে আশ্ৰয় দিছিল।

(৩) লৱ-কুশ কোন আছিল ? বাল্মীকিয়ে দুয়োকে কি কি শিকাইছিল ?
উত্তৰঃ
লৱ-কুশ ৰাম আৰু সীতাৰ পুত্ৰ আছিল ।
বাল্মীকিয়ে দুয়োকে অস্ত্ৰ চলাবলৈ শিক্ষা দিছিল ।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop