🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 ৰামায়ণ সাধু Sankardev School | সাগৰৰ ওপৰত সাঁকো | Chapter 18 | অধ্য়ায় ১৮ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 18

সাগৰৰ ওপৰত সাঁকো

অনুশীলনীঃ

(১) সাগৰ পাৰ হোৱাৰ সমস্যা কেনেদৰে সমাধান হ’ল ?
উত্তৰঃ
সাগৰ পাৰ হোৱাৰ সমস্যা এনেদৰে সমাধান কৰিলে যে সুগ্ৰীৱৰ সেনা-বাহিনীত নল আৰু নীল নামৰ দুজন পাকৈত অভিযন্তা আছিল তেওঁলোকে শিল, পাথৰ,মাটি,বালি এনেদৰে তৈয়াৰ কৰিলে যে সাগৰ ওপৰত ভাহিব ধৰিলে আৰু সেইবোৰ এক গোট কৰি সাঁকো নিৰ্মাণ কৰিলে সাঁকো ওপৰত উঠি সাগৰ পাৰ হব পাৰিব এনেদৰে সাগৰ পাৰ হোৱা সমস্যা সমাধান কৰিলে।

(২) কেৰ্কেটুৱাৰ পৰা আমি কি শিক্ষা পাওঁ ?
উত্তৰঃ
কেৰ্কেটুৱাৰ পৰা আমি এইটো শিক্ষা পাওঁ যে সৰু-বৰ সকলো প্ৰাণী মিলি-জুলি কাম কৰিলে ডাঙৰ কাম কৰিব পাৰো। সকলো কামে সহজ হৈ পৰে।

(৩) খালী ঠাই পূৰ কৰা-
(ক) সুগ্ৰীৱৰ সেনাত নল আৰু নীল নামেৰে দুজন অভিযন্তা আছিল।
(খ) কেৰ্কেটুৱাৰ পিঠিত ৰামৰ আঙুলিৰ চিন থাকি গ’ল।
(গ) নল-নীলে সাগৰৰ ওপৰত সাঁকো সাজিলে।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop