Class 4 Environment Book Chapter 13 Answer | Sankardev School Class 4 Environment Book Chapter 13 সাগৰৰ জীৱবোৰ Question Answer |

Chapter 13

সাগৰৰ জীৱবোৰ

১। সাগৰৰ পানীত কি কি থাকে?

উত্তৰঃ সাগৰৰ পানীত হাজাৰতা প্ৰজাতিৰ মাছ, সাগৰীয় কাছ, তিমি মাছ, হাংগৰ, ছীল আৰি বিভিন্ন ধৰণৰ বিষাক্ত সাপ থাকে।

২। সাগৰত জলজ উদ্ভিদৰ লগতে আৰু কি থাকে?

উত্তৰঃ সাগৰত জলজ উদ্ভিদৰ লগতে কেইবাশ প্ৰজাতিৰ অমেৰুদণ্ডী প্ৰাণী থাকে।

৩। অমেৰুদণ্ডী চাৰিবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ অমেৰুদণ্ডী চাৰিবিধ প্ৰাণীৰ নাম হ’ল-শামুক, পতংগ, কেঁকোৰা আৰু তৰামাছ।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping