SVN Class 4 Enviroment Chapter 12 MCQ Answer | পৃথিৱীত কিমান মহাসাগৰ আছে ? | MCQ

Chapter 12

পৃথিৱীত কিমান মহাসাগৰ আছে ?

১। পৃথিৱীত কিমান মহাসাগৰ আছে ?

(ক) 4 খন

(খ) 5 খন

(গ) 6 খন

উত্তৰঃ (খ) 5 খন

২। কোন খন আটাইতকৈ ডাঙৰ মহাসাগৰ ?

(ক) দক্ষিণ মহাসাগৰ

(খ) ভাৰত মহাসাগৰ

(গ) প্ৰশান্ত মহাসাগৰ

উত্তৰঃ (গ) প্ৰশান্ত মহাসাগৰ

৩। সাগৰ,মহাসাগৰৰ পানী লুণীয়া কিয় ?

(ক) ইয়াত পানী বেছি থাকে

(খ) বৰষুণৰ পানীয়ে মাটি আৰু শিলত থকা লবণবোৰ ধুই আনি সাগৰত জমা কৰে

(গ) সাগৰ খন বেছি ডাঙৰ বাবে

উত্তৰঃ (খ) বৰষুণৰ পানীয়ে মাটি আৰু শিলত থকা লবণবোৰ ধুই আনি সাগৰত জমা কৰে

৪। মহাসাগৰত দ্বীপৰ সংখ্যা বেছি

(ক) প্ৰশান্ত

(খ) ভাৰত

(গ) দক্ষিণ

উত্তৰঃ (ক) প্ৰশান্ত

৫। দক্ষিণ মহাসাগৰখন ডাঠ ৰে ঢাক খাই আছে।

(ক) বৰফে

(খ) শিলে

উত্তৰঃ (ক) বৰফে

৬। জাপান আৰু নিউজিলেণ্ড হ’ল মহাসাগৰৰ দ্বীপ।

(ক) প্ৰশান্ত মহাসাগৰ

(খ) আটলাণ্টিক মহাসাগৰ

(গ) ভাৰত মহাসাগৰ

উত্তৰঃ (ক) প্ৰশান্ত মহাসাগৰ

৭। সাগৰ আৰু মহাসাগৰৰ তলিবােৰ সমাননে?

(ক) সমান নহয়

(খ) সমান হয়

(গ) অসমান

উত্তৰঃ (ক) সমান নহয়

৮। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?

(ক) আটলাণ্টিক মহাসাগৰ

(খ) প্ৰশান্ত মহাসাগৰ

উত্তৰঃ (ক) আটলাণ্টিক মহাসাগৰ

৯। বিশ্বৰ সৰ্ববৃহৎ সাগৰ কোন খন?

(ক) দক্ষিণ চীন সাগৰ

(খ) নীল সাগৰ

(গ) আটলান্টিক

উত্তৰঃ (ক) দক্ষিণ চীন সাগৰ

১০। বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম কি?

(ক) মেক্সিকো উপসাগৰ

(খ) প্ৰশান্ত

(গ) আটলান্টিক

উত্তৰঃ (ক) মেক্সিকো উপসাগৰ

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop