SVN Class 4 Enviroment Chapter 15 MCQ Answer | আধুনিক পৰিৱেশ | MCQ

Chapter 15

আধুনিক পৰিৱেশ

১। মানুহে কি কৰিবলৈ অৰণ্যবোৰ মুকলি কৰে ?

(ক) ঘৰ বান্ধিবৰ বাবে বা খেতি কৰিবৰ বাবে

(খ) খেতি কৰিবৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ঘৰ বান্ধিবৰ বাবে বা খেতি কৰিবৰ বাবে

২। গাড়ী-মটৰে ৰাস্তাত কোলাহল লগাই থকা আৰু উদ্যোগবোৰৰ পৰা বিভিন্ন শব্দই কাণৰ অসুখ পৰ্য্যন্ত ঘটাই এই সকলোবোৰক কি বোলে ?

(ক) শান্তি বোলে

(খ) কোলাহল বোলে

(গ) আধুনিক পৰিবেশ বোলে

উত্তৰঃ (গ) আধুনিক পৰিবেশ বোলে

৩। আধুনিক পৰিবেশ স্বাস্থ্যৰ বাবে কি ?

(ক) আৰামদায়ক

(খ) ক্ষতিকাৰক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ক্ষতিকাৰক

৪। উদ্য়োগৰ পৰা ওলোৱা বিভিন্ন শব্দই কি কৰিব পাৰে?

(ক) কাণৰ অসুখ

(খ) নাকৰ অসুখ

(গ) মুখৰ অসুখ

উত্তৰঃ (ক) কাণৰ অসুখ

৫। কিহে আধুনিক পৰিবেশত বংশ বৃদ্ধিৰ সুুবিধা পায়?

(ক) বিভিন্ন বেমাৰৰ বীজাণুই

(খ) বিভিন্ন সুগন্ধিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিভিন্ন বেমাৰৰ বীজাণুই

৬। সৰু বৰ কিহে ৰাস্তাত কোলাহল লগাই থাকে?

(ক) গাড়ী মটৰে

(খ) জীৱ-জন্তু

(গ) মানুহে

উত্তৰঃ (ক) গাড়ী মটৰে

৭। আধুনিক পৰিৱেশ সৃষ্টি কৰোতে কি ধ্বংস হয়?

(ক) মানৱ সৃষ্ট পৰিৱেশ

(খ) প্ৰাকৃতিক পৰিৱেশ

(গ) জীৱ-জন্তুবোৰ

উত্তৰঃ (খ) প্ৰাকৃতিক পৰিৱেশ

৮। আধুনিক পৰিৱেশ মানুহে কেনেকৈ গঢ়ি তোলে?

(ক) কাৰ্যালয় আৰু অনুষ্ঠান গঢ়ি

(খ) ঘৰ-দুৱাৰ নিৰ্মাণ

(গ) ৰাস্তা-ঘাট

উত্তৰঃ (ক) কাৰ্যালয় আৰু অনুষ্ঠান গঢ়ি

৯। পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ কি?

(ক) আধুনিক জীৱন প্ৰণালীয়েই

(খ) কাৰ্যালয় আৰু অনুষ্ঠান গঢ়ি

(গ) ঘৰ-দুৱাৰ নিৰ্মাণ

উত্তৰঃ (ক) আধুনিক জীৱন প্ৰণালীয়েই

১০। মানুহে ঘৰ বান্ধিবৰ বাবে বা খেতি কৰিবলৈ কি কৰে?

(ক) গৰু, ম’হ পোহে

(খ) অৰণ্যবোৰ মুকলি কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অৰণ্যবোৰ মুকলি কৰে

 Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping