SVN Class 4 Enviroment Chapter 17 MCQ Answer | প্ৰদূষণ কেনেকৈ ৰোধ কৰা সম্ভৱ | MCQ

Chapter 17

প্ৰদূষণ কেনেকৈ ৰোধ কৰা সম্ভৱ

১। প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কৰিব লাগিব ?

(ক) গছ কাটিব লাগে

(খ) গছ কাটিব নালাগে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গছ কাটিব নালাগে

২। আমাক অক্সিজেন কোনে দিয়ে আৰু কাৰ্বন-ডাই-অক্সাইড কোনে শোষণ কৰে ?

(ক) মাটিয়ে

(খ) গছে

(গ) নদীয়ে

উত্তৰঃ (খ) গছে

৩। গছ-গছনি কাটিব লাগে নে নালাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নালাগে

৪। পুৰণি গাড়ী-মটৰৰে বায়ুমণ্ডলত কি গেছ মিহলাই দিয়ে ?

(ক) অক্সিজেন

(খ) নাইট্ৰ”জেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড

৫। সেউজগৃহ গেছৰ বাবে গোলকীয় উত্তাপৰ কি হয় ?

(ক) বৃদ্ধি নহয়

(খ) বৃদ্ধি হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৃদ্ধি হয়

৬। কিহে মহামাৰী ৰোগ সহজে বিয়পায়?

(ক) প্ৰদূষিত পৰিৱেশে

(খ) জলাশয়ৰ পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰদূষিত পৰিৱেশে

৭। সেউজগৃহ গেছ এবিধৰ নাম উল্লেখ কৰা।

(ক) মিথেন

(খ) কাৰ্বন-ডাই অক্সাইড

(গ) নাইট্ৰজেন

উত্তৰঃ (ক) মিথেন

৮। গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধ কৰাৰ উপায় কি?

(ক) চহৰৰ পৰা অলপ আঁতৰত উদ্যোগ স্থাপন কৰা।

(খ) ভৌগোলিক বিতৰণ পৰিৱৰ্তন

(গ) মৰুকৰণ

উত্তৰঃ (ক) চহৰৰ পৰা অলপ আঁতৰত উদ্যোগ স্থাপন কৰা।

৯। পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা কিমান ডিগ্ৰী ছেলছিয়াছ।

(ক) ১৪ ডিগ্ৰী

(খ) ১৫ ডিগ্ৰী

(গ) ১৬ ডিগ্ৰী

উত্তৰঃ (খ) ১৫ ডিগ্ৰী

১০। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ?

(ক) ২০ . ৯৪ %

(খ) ২৯ . ০১ %

(গ) ৩২ . ৪৭ %

উত্তৰঃ (ক) ২০ . ৯৪ %

 Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop